পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীনেক শ্যাত আগুৰি ধৰিলেগৈ। সিবিলাকে একজনকে ত্যুমুখী পিতামহৰ চৰণ চুই সঙক্তি সেৱা জনালে, আৰু ভীষ্মদেৰ ধীৰে ধীৰে সিবিলাকৰ শিৰস্পৰ্শ কৰি আশীৰ্বাদ দিলে। তাৰ পাচত, শ্ৰীকৃষ্ণই পাণ্ডৱৰ হৈ ভীষ্মদেৱৰ ওচৰত ধৰ্মোপদেশ দান ভিক্ষা কৰিলে। তদুত্তৰত তীব্ৰ শৰবিদ্ধ শশব্যাগত অদ্ভুত মনোবল সম্পন্ন বিষযন্ত্ৰনাত জৰ্জৰিত মহাবীৰ ভীষ্মদেৱে অসীম সহিষ্ণুতাৰে সৈতে শ্ৰীকৃষ্ণক এই সমিধান দিতে, হে নৰহৰি। হে অৰ্যাৰী ভগৱত। হে জ্ঞানাধাৰ। জানান, ধৰ্মাধৰ্ম, কৰ্তব্যাকৰ্ত্তৰ সকলো দেখোন তোমাতেই। তুমিয়েই সেই সকলে। গতিকে, তুমিয়েই যুধিষ্টিক কৃপা কৰি ন-ধৰ্মোপদেশ যি হয় দিয়া। বিশেষত, সম্প্ৰতি নোৰ অতি কাতৰ অৱস্থা, মোৰ মৰণশক্তি ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। এতেকে, এতো! নিজৰ জ্ঞান নিজেই দান কৰি পাণ্ডৰ চৰিতা কৰা।” এই বুলি ভীমদেৱে সৰ্বময় সৰ্বজ্ঞানী পৰমপুৰুষ শ্ৰীকৃষক ব্যান কৰিবলৈ ধৰিলে। ভীষ্মভক্তিত পৰিতুষ্ট হৈ, ভগৱন্ত শ্ৰীকৃষ্ণদেৱে তেওঁত এই বুলি মনোভাব ব্যক্ত কৰিলে,“হে নৰশ্ৰেষ্ঠ। আপুনি সবাতোকৈ বয়োন্বত। আপুনি শাস্ত্ৰজনত সবাতোকৈ আনী; আপুনি শুদ্ধাচাৰসম্পন্ন। আপোনাৰ অবিদিত একো নাই; আপুনি ৰাজ-ধৰ্ম্ম, সংসাৰ, মোক্ষধৰ্ম আৰু অপৰাপৰ সকলো গুঢ় ধৰ্মজ্ঞানৰ ভঁৰালৰৰূপ। আপোনাৰ প্ৰতিজ্ঞাৰ তুলনা নাই। আপোনাৰ ব্ৰহ্মচৰ্য্যৰ ৰিজনি নাই। আপোনাৰ তিনিপুৰুষীয়া সুদীৰ্ঘ জীৱনত কোনো প্ৰকাৰ দোষৰ লেশমাননা চেকা নাই। আপনি অতি বিশুদ্ধ পৰৰ পৰি। পতিসকলেও সৰ্বধবে বুলি আপোনাৰপৰা ধৰ্ম্মজ্ঞান আজ কৰিবলৈ বাস কৰে। পাণ্ডৰ স্থপতি আৰু ভূপালে সেই