পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে কণ! বিগত কালত যি অধৰ্ম আচৰণ কৰি আহিছ, তা নপখলাকৈ তুমি এতিয়া কোন মতে ধৰ্মৰ মোহই দিয়া? (১) তথাপি, অধৰ্ম্মাচৰ কৰিবলৈ মই পাণ্ডৱক নকও অলিকে ধৰ্মেৰে অৰ্মক টীকটি কৰিবলৈ হে উপদেশ দিও। চোৱ, এতিয়াও তোমাৰ অনুৰোধ ৰক্ষা কৰি, ৰণৰ হেতুবন্ধনলৈ সুমৰি চাই অৰ্জন ক্ষান্ত হৈ ৰৈছে; তোমাৰ ৰচকৰি উদ্ভাৰি লৈ, পূৰ্বৰত ৰখত চৰি, তুমি পুনৰপি ৰণত প্ৰবৃত্ত হোৱা। কিন্তু মনত ৰাখিব তেধৰ্মতোজয়, ইয়াৰ অন্যথা হব নোৱাৰে। পূৰ্বকালত বিৰুপে নিবধ দেশৰ অধিপতি ধৰ্মাত্মা নল ৰজাই ভায়েক পুৰৰ লগত পাপ-পাশা খেলত সৰ্বস্ব হেৰুৱাই, পৰিশেষত পুনৰপি সমুদায় লাভ কৰিছিল, সেইপে পাণ্ডৱবৰ্গেও ধৰ্মানুষ্ঠানৰ ফলত নিজৰাজ্য-ধন সমুদায় পুনৰ্জাত কৰিবগৈ, আৰু অধৰ্মানুষ্ঠানৰ প্ৰায়শ্চিত্তৰূপ কৌৰপক্ষ সমূলঞ্চে নাশ হবগৈ, ইয়াত লেশমাননা সন্দেহ নাই।” (২) কৃষ্ণৰ জ্ঞানগৰ্ভ সত্যকথন অন্ত পৰিল। কৰ্ণ লাজত অৱনত ল। তাৰ পাচত, কই মৰবল দি, থ-চকৰি উদ্ধাৰি লৈ, পুনৰপি ৰখত চৰি ৰণ আৰম্ভ কৰিলে। আকৌ তয়াময় ৰণত আকাশ পৃথিৰীত তোলপাৰ লাগিল। সদৌশেহত, অৰ্জুনৰ শৰবিদ্ধ হৈ মহাবীৰ কৰথৰপৰা বাগৰি পৰিল। (১) মহাভাৰত,ফপি, ৯১ আখ্যা। (২) ধৰ্মা আৰু ক্যাকৰ্তব্যৰ পুনৰাবৃতিৰে সৈতে পিনাৰায় একই যাতে যেনেকৈ উগ্ৰতেজী কৰিীৰ নিজে কৰিছিল, আনহাতে তেনেকৈ অবত নিয়ে হৈ অহা অজুল তেতি কৰিবলৈ প্ৰয়াস পাব।