পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৈ কৰীৰে বোকাত পোত যোৱ ৰখ-চকৰি টানি উলিয়াবলৈ এৰিলে। সেইশতে, ছেগ বুজি, ধৰ্মাত্মা শ্ৰীকৃষ্ণই অৰ্জুনকাত লৈ সঙ্কেত দি লৈ কৰ প্ৰতি এই বুলি বিগত আৰু বৰ্তমান কাৰ্য্যক্ষেত্ৰত ধৰ্মাধৰ্ম আৰু কৰবাৰ্তব্যৰ এটি বিবি বিক আঁকি দেখুৱাই আমি কালৰ জ্ঞানদান দিকে “হে সুতনশন। তোমাৰ এতিয়া ধৰ্মলৈ মনত পৰিছে, সি অতি গজ কথা। কিন্তু ইয়াকো মনত পেলাই চোৱাচোন, যেতিয়া শকুনিৰ মন্ত্ৰণামতে, তোমাৰ মমত লৈ, দুৰ্যোধন আৰু দুঃশাসন বাবে ৰজল একবন্ত্ৰী জৌপদী চুলিত ধৰি চোচোৰাই নি ৰাজসভাত বিৰা কৰিবলৈ প্ৰয়াস পাইছি তেতিয়া তোমাৰ ধৰ্ম ক’ত ৰৈছিল? যেতিয়া ৰাৰণাৰতত লাখ লত শুই থকা পথিক পঞ্চপাণ্ডৰক মাছসহ দাহ কৰাৰ উদ্দেহে তুমি সেই ঘৰত দুই দিয়াইছিল, তেতিয়া তোমাৰ এই ধৰ্ম ক'ত আছিল? 'যেতিয়া দুৰাত্ম শকুনিৰ কুমন্ত্ৰণাত তোমাৰ অনুমোলনেৰে নিতান্ত অনতি যুধিষ্ঠিৰক পাশা খেলত কৰাই পাণ্ডৱৰ সৰ্বৰ জিনি লোয় হৈছিল, তেতিয়া তোমাৰ ধৰ্ম ক’ত ৰৈছিল। যেতিয়া তোমাৰ মতামত দুৈৰ্যোধনে গুপুতে বিষপান কৰাই ভীমসেন বধিবৰ যুগুতি কৰিছি, তেতিয়া তোমাৰ ধৰ্ম্ম ক’ত ৰৈছিল। যেতিয়া তুমি সখীৰ এক ৰখী হৈ দ্ৰোণৰচিত অল্যে বুহৰ মাজত অবলশৰীয়া শিশু যোদ্ধা অভিমথ্যৰু সাতোলনে বেৰি ধৰি সৰ এহাৰেৰে অইত, পাপযুত কৰিহিলাহঁক, তেতিয়া তোমাৰ ধৰ্ম্ম ক'ত আছিল? ইয়াকো কৰিৰাচোন, এই মহাৰণৰ আৰণৰপৰা বৰ্তমানলৈকে তোমাৰ পয়া বোন্ধাৰগেৰণৰ সেই হেতুবন্ধন (১) কিমানলৈকে জ কৰি আছি। » ৰাৰ হেতুৰ বিষয়ে পুতে ৩০, অখ্যাত বিণক বা