পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলা লৈ, ভীমসেন থৈ যুদ্ধলৈ আহবান কৰিলেহি। গতিকে পুনপি গদাযুদ্ধ আৰম্ভ হল। বহুপৰ পি এই দুজন বিচক্ষণ গীৰৰ মাজত তুমুল যুদ্ধ চলিবলৈ ধৰিলে। সদৌশেহত ভীমসেনৰ হাতত ক্ষমধুৰ্ত্তিৰ পতন হল। ক্ষোধূৰ্ত্তিৰ পতনত কৌৰৱ সেনাব হতাশ হোৱা যেন দেখি, এই সেনাপতি কীৰে স্বয়ং শৰ হাতত লৈ, অকাট্য বাণেৰে পাণ্ডৱপক্ষক অস্থিৰ কৰি এচিপ, পিচুৱাই নি, পুনপি কৌৰৱপক্ষক নতুন খোপনি দি, দুয়োপক্ষৰ যোদ্ধাৰ মাজত খোগ্যতা অনুসৰি আৰু নিজ নিজ বাছনি অনুযায়ী বৈৰথ যুদ্ধ আৰম্ভ কৰাই দিলে। সেই অনুসৰি, অশ্বত্থামা আৰু ভীমসেন, শ্ৰুতকৰ্ম আৰু চিত্ৰসেন বিন্দ-অনুবিল আৰু সাত্যকি, প্ৰতিবিন্ধ্য আৰু চিত্ৰখশোধ, দুৰ্য্যোধন আৰু যুধিষ্ঠিৰ, কৃপাচাৰ্য আৰু ধৃষ্টদ্যুম্ন, তবৰ্মা আৰু নকুল মদ্ৰপতি আৰু শ্ৰুতকীৰ্তি, দুঃশাসন আৰু সহদেব, নাৰায়ণী সেনা আৰু অৰ্জ্জুন। দুৰ্যোধন আৰু যুধিষ্ঠিৰৰ মাজত তয়াময় ৰ লাগিৰলৈ ধৰিলে। অৰ্জুনৰ সাৰথিবৰপে যদ্যপি অদ্ভুত ধাৰণৰ ৰচালনা কৰি আৰু বিচক্ষণীয়া ৰণ কৌশলৰে সৈতে দুৰ্জয় নাৰায়ণী সেনা এৰ কৰিবলৈ স্বয়ং আঁকৃষ্ণই অৰ্জুনৰ ৰণত একান্ত অনোযোগ দিব লগীয়া হৈছিল, তথাপি সমূহ থৈৰথ ৰণৰ পৰিচালনাৰ ওপৰত ৰাসুদেৰে অসাধাৰণ ভাৱে সৃষ্টি ৰাখিছিল। বাস্তৱতে, অতীয় পণ্ডিত উলা-উৎসাৰ জীৱমূৰ্তি, কংস-চানুৰক্ষণ, সন্ধনিখনকাৰ। শিশুপালহা, কেশনিসূদন স্বয়ং শ্ৰীকৃষ্ণ বিদ্যমান থকাত পাপ পৰাক্ৰম দোপত-দোপে চৰিবলৈ ধৰিলে। ইপক্ষে অনুৰি, চিত্ৰসেন, প্ৰতিবন্ধ প্ৰভৃতি কৌৰৱ বোন্ধা এন-এজনকৈ ৰণত পৰিলৈ ধৰিলে। নাৰায়ণী সেনা কমাৎ নিয়ে হৈ আহি; কোৰৰ ফল বশ পিঠি দিওদিওঁ। এনেতে, কৌৰৱশ সমূৰে পৰা -