পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। কী আৰু অৰ্জনৰ পোল্লাহ দেখি সকলো ওভিত হল। ইয়াৰ আগেয়ে অৰ্জুনে পিতামহ ভীমদেৱ আৰু অগুৰু দ্ৰোণাচাৰ্যৰ লগত যি মৃদুৰ কৰিছিল, সেই ৰণৰ আভাস তেওঁত আৰু নাই; এতিয়া তেওঁ প্ৰাণ-লোৰ, নাইবা প্ৰাণ-দিয়া, এই ভয়াবহ জীৱন-মৰণৰ সমস্যাত উপস্থিত। কৰ্ণবধেই কুৰুক্ষেত্ৰ মহাৰণত অৰ্জুনৰ আচল লক্ষ। এতিয়া সেইক্ষণ উপস্থিত হৈছেহি। তপ, কণৰ লক্ষও নবধ হে। সেই ছেগে এইক্ষণত তেওঁক ধৰা দিছেহি। যুগাৰণৰ বোষণাসূচক দুয়োপক্ষীয় ৰণবাদ্য বাজি উঠিল; যথাবিধি দুয়োপক্ষৰ নিৰ্ধাৰিত যোদ্ধা ৰণত লাগি গল। দুয়োপক্ষৰ মাজত এখন অপৰূপ ৰণ লাগি উঠিল। খেৰখে, গগেজে, পদাতিয়ে পদাতিয়ে, ধনুৰ্ধাৰী অশ্বাৰোহীয়ে-অশ্বাৰোহীয়ে, গদাধাৰীয়েগদাধাৰীয়ে ভীষণ ৰ কৰিবলৈ ধৰিলে। দুয়োদলৰ আস্ফালনত মেদিনী কঁপিবলৈ ধৰিলে; দুয়োপক্ষৰ অসংঘৰ্ষণত উঠা মৃত্যুসংবাদসূচক নিয়ে হৃৎকম্প তুলিলে, দুয়োপক্ষৰ আক্ৰোশসূচক গৰাহৰ ৰাৰে আকাশ কম্পমান কৰিলে। এনেতে, ৰণমত উন্মত ভীমসেনে গদা এৰি, শৰধ হাতত লৈ, একেলাফে ব্যতীত চৰি, শত্ৰুপক্ষৰ ওপৰত বাণ ৰণ কৰিবলৈ ধৰিলে; সাত্যকি, নকুল, ধৃষ্ট, চেকিতন আৰু দ্ৰৌপদীৰ পঞ্চপুত্ৰই সিংহনাদ ছাৰি ভীমসেনৰ সাহায্যত দক্ষতাৰে সৈতে তেওঁৰ অনুবৰ্তী হল। শত্ৰুপক্ষ এনে বিষ আক্ৰোশ বোধ কৰাৰ অৰ্থে কোৰৰপক্ষীয় মহাবোন্ধা মহাবীৰ কুলদদেশৰ ৰা ক্ষেমধুৰ্তিয়ে এটা মহাগজত আৰোণ কৰি বিবৰ বিক্ৰমেৰে ভীমসেন আক্ৰমণ কৰিলেগৈ। দুয়ে ৰীৰৰ মাজত তয়াময় ৰণ বহুপৰলৈকে লাগি আছে, এনেতে বিষম বাগৰ প্ৰহাৰত অস্থিৰ হৈ ফেমধুৰ্ত্তিৰ মহাকায় হস্তীয়ে ৰণ দিলে। তেওঁ শায়খ ছৈ, সেই হাতীৰপৰা অগত্যা নামি আহি, তত ৰা স,