পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ El আখ্যা। দ্ৰুপদ আৰু ভগদত্তৰ পতন। নাৰায়নী বা সংসপ্তক সেনাৰে সৈতে ৰণত প্ৰবৃত্ত হৈ কৃষ্ণাৰ্জুন আঁতৰি থকাৰ হেগতে, ইফালে ঘাই ৰণকেন্দ্ৰত অভিম-বধ ঘটনাৰে সৈতে লগালগিকৈ ভালেমান থৈ ৰ লাগে, আৰু দুয়োপক্ষৰে কেইবাজনো প্ৰখ্যাত অসামান্য বীৰ যোদ্ধাৰ পতন হয়। সেই পতনৰ ভিতৰত ঘটোৎকচ, বধৰ বৰ্ণনা ইয়াৰ আগৰ আধ্যাত দিয়া হৈছে; তাৰ উপৰি, পাফালৰ অধিপতি পদ ৰজা আৰু কামৰূপৰ অধীশ্বৰ ভগদত বজাৰ পল উল্লেখ যোগ্য। সেই গেতে, সমানে-সমানে হোৱা বৈথ ৰণৰ ভিতৰত এইবোৰ উল্লেখযোগ্য যেনে, ভীমসেন আৰু দুৰ্য্যোধনৰ মাজত দোৰ্ঘোৰ গদাযুদ্ধ; কৰ্ণ আৰু সাত্যকিৰ মাজত তয়াময় বাণযুদ্ধ; দ্ৰোণ আৰু ধৃষ্টদ্যুমৰ মাজত ধনুৰ্বাণ আৰু বিবিধ অযুদ্ধ। সোমদত্ত আৰু বিৰাট, শকুনি আৰু সহদেৱ, নকুল আৰু দুঃশাসন, যুধিষ্ঠিৰ আৰু মৰাজ, শিণ্ডী আৰু অখ, কপাচাৰ্য আৰু জৰাসন্ধতনয়, কতৰ্মা আৰু চেকিত, কাশীৰাজ আৰু সুমন্ত নৃপতি, সৌৰব আৰু শতানীক মত বিবিধ অযুদ্ধ। এই সময় মত পদ আৰু ভাৰতৰ মাত লগা ৰা আৰু সিবিলাকৰ পতনৰ বিবৃতি অলপ বলাই কোৰাৰ প্ৰয়োজন। কিয়নো এই দুজন ৰজাৰ লগত কুৰে- বখৰ চৰি থপ শ্ৰীকৃষ্ণ নিষ্ঠ সম্পৰ্ক লৈছে। পৰীক্ষা-