পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘটোৎকচ, বধ। 965 তেওঁ অৰ্জুন-বধৰ অৰ্থে সাঁচি থৈছে। এই অস্ত্ৰবিনে অৰ্জুনৰ মৰণ নাই; আৰু এই অস্ত্ৰৰ অবিহনে অৰ্জ্জুনৰ হাতত তেওঁৰ মৰণ নিশ্চয়। যদিহে, দুৰ্যোধন প্ৰমুখ্যে কৌৰৱ পক্ষীয় সকলোৰে একমন হয়, তেন্তে এই একাত্নী বাণেৰে তেওঁ দুৰ্জয় ভীমতনয় ঘটোৎকচক বধ কৰি কৌৰৱৰ ৰাজয়ৰ আশালৈ পথ মুক্ত ৰাখিবগৈ পাৰে। পিচে, সকলোটি কৌৰৱ যোদ্ধাৰ, বিশেষকৈ দুৰ্যোধনৰ সেয়ে মত হোৱাত, মহাবীৰ কৰ্ণই একাঘী অস্ত্ৰ প্ৰয়োগেৰে অদ্ভুত বীৰ ঘটোৎকচক বধ কৰিলেগৈ। কৌৰৱ শিবিৰত পুনৰপি সঞ্জীৱনী শক্তি সঞ্চাৰ হল। পাৰ শিবিৰত কিন্তু ই দ্বিতীয় দুৰ্ঘটনাৰূপে অনুমিত হল। অভিমনু-বধৰ দুৱাৰমুখৰ কাৰণ স্বৰূপ, জয়দ্ৰথ-বধ উদ্দেশে অৰ্জুন যি ভাৱে উত্ৰাৱল হৈ উঠিছিল, ঘটোৎকচবধী কৰ্ণক বধ কৰিবলৈকো ভীমসেন প্ৰজ্জ্বলিত হুতাশনৰ দৰে উদ্বাউল দি জ্বলি উঠিল। তেওঁৰ সঘন হুঙ্কাৰত আকাশ প্ৰতিধ্বনিত হল, তেওঁৰ গৰ্ডভেদী গোৰহনীত মেদিনী কঁপিবলৈ ধৰিলে। বৃকোদৰৰ সেইকণৰ গৰ্জনৰ আগত ওলাই, তেওঁক শান্ত কৰা নিলগতে থাওক, ক্ষান্ত কৰিবলৈকো ওলাওঁতা নোহাৱা হল। মাথোন সমানী, সমদৰ্শী, সকলোৰে ইচ্ছাৰ ওপৰত সমানে ইচ্ছাৰ বল প্ৰয়োগ কৰিবৰ হেগ বুজা, বুদ্ধিৰনাৰায়ণ, ৰাসিক ভগৱন্ত আকৃষ্ণই ভীমসেনৰ ৰোষ আৰু আক্ৰোশৰ ওপৰত বোগ্য বুজনিনেৰে শান্তিপানী ঢালিলেগৈ। প্ৰত্যুৎপন্নমতি দৈবকীনন্দন বাসুদেৱে কুখীনলন ভীমসেন এটি মাখোন প্ৰশ্ন কৰিলে,“তেওঁৰ মনত অধিক প্ৰশাধিকজন কোন অৰ্জুন নে ঘটোৎকচ প্ৰশ্ন শুনি, ভীমসেন প্ৰকৃতি হল। তাৰ পাচত, শ্ৰীকৃষ্ণই এই মৰ্মে বুনি দিলে যে, টোৎকচৰথে ক এমী অঞ্জ অয় নকৰা হলে, অনবধ নিশ্চয় হৈছিল। বুদ্ধিৰ সাগৰতিধাৰ শ্ৰীকৃষ্ণদেৱৰ বুজনিত ৰূদ্ৰহেন উভীমসেন বিষ্ণুত শান্ত হৈ পৰিল।