পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ আৰু ভগদত্তৰ পতন। abo দ্ৰৌপদীৰ সম্পৰ্কত পাঞ্চালপতি পদ ৰজাৰ লগত, আৰু কামৰূপেশ্বৰ নকামবধৰ সংসৰ্গত কামৰূপৰ অধিপতি ভগদত্ত বজাৰে সৈতে দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণৰ পুৰণি চিনাকি। বিশেষত, ভগদত্ত বাদে শ্ৰীকৃষ্ণই পতা ৰজা হে। জপদ আৰু ভগদত্তৰ মাজত যথাবিধি তুমুল সংগ্ৰাম আমাকে চলিবলৈ ধৰিলে। দুয়ে দুইতকৈ চৰা, কেৱে কাকে পেলাব পৰা নাই। এনে সমনীয়া যোদ্ধাদয়ৰ মাজত একেৰাহে বহুপৰ ৰণ চলিছে, কিন্তু কোনো পক্ষ নয়, নপলায় আৰু নপৰেও। সদৌশেহত, বৃদ্ধ দ্ৰুপদৰাজ ভাগৰিলগৈ, ভগদ অৰ্ধচন্দ্ৰ বাণাহত হৈ তেওঁ ৰণত পৰিল। পাঞ্চালপতিৰ পতনত পাণ্ডৱ শিৰিৰ শোকাকুল হৈ পৰিল। পিতৃপ্ৰতিম শহুৰদেৱতা দ্ৰুপদ ৰজাৰ বিয়োগত ধৰ্মৰাজ যুধিষ্ঠিৰ প্ৰমুখ্যে পঞ্চপাণ্ডব, বিশেষকৈ পাণ্ডৱৰ প্ৰধান সেনাপতি ধৃষ্টদ্যুম পিতৃ- বিয়েগত শোক-বিহবল হৈ পৰিল। জয়দ্ৰথবধ প্ৰতিজ্ঞা পূৰ্ণ কৰি উঠিয়েই, অৰ্জুনে শহুৰহন্তা ভগদত্তক আক্ৰমণ কৰিলেগৈ। ভগদত্ত কিন্তু সাধাৰণ ৰীৰ নয়, তেওঁৰ ৰল বীৰ্য্যৰ বিষয়ে স্বয়ং শ্ৰীকৃষ্ণই হে স্বৰূপকৈ আনে। সেই কাৰণে, আৰম্ভণতে বাসুদেৱে অৰ্জুনক বিশেষ সতৰ্কতাৰে সৈতে ৰণ কৰিবলৈ সাৱধান কৰি দিলে। দুমোপক্ষৰ মাজত বহুপৰ ৰা হল। কিন্তু কেৰে কাকো পেলাব নোৱাৰে। সদৌশেহত অৰ্জুন গৱশ হৈ পৰিল। সেই হেগতে ভগদত্তই বৈষ্ণৱশৰ নামে (১) বাণ মাৰি অৰ্জনক বথেধে। এনেতে, কৃষ্ণৰণৰণকৌশলৰ ৰুেৰত উলটি অৰ্জুনৰ ৰাণত ভগদত্ত। ১) সি বা শাখাৰ( এখ্যা ১ চা গেৰ॥