পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। বাগৰি মাটিত পৰেহি। তাৰ পাচত, ধনুশৰৰ সলনি গদাযুদ্ধ চলিবলৈ ধৰিলে। এইবাৰ অলায়ুধ ৰণত পৰিল, আৰু ঘটোৎকচৰ জয় নিশ্চয় হল। এনেতে, দুৰ্য্যোধনক অতিকৈ হতাশ হোৱা দেখি, পাণ্ড্য ৰজাই গণ্ডমাৰি ঘটোৎকচক বধ কৰোঁগৈ বুলি আক্ৰমণ কৰেহি। পিচে, তেওঁৰ গণ্ডপ সহপৰলৈ নজিল; বধ্য ঘটোৎকচে উলটি তেওঁকহে বধ ৰিলে। এইবাৰকে নিবাৰ ভাবি দুৰ্য্যোধন হতাশত বিমোৰ হৈ, ইতিপূৰ্বত হোৱা অভিমৰধৰ অবিধি ৰণৰ পুনৰপি অৱতাৰণা কৰিলে। সেই অনুসৰি, জীবিত কৌৰৱ যোদ্ধা সকলোৰে মিলি একেলগে আৰু একেৰাহে ঘটোৎকচক বেৰি ধৰি আক্ৰমণ কৰিলেগৈ। কিন্তু অদ্ভুত গদাবীৰ ভীমনন্দনৰ আগত সেই সম্মিলিত যোদ্ধাগণেও বহুপৰ ঠাৱৰিব নোৱাৰি দিহাদিহি পলাই-পত্ৰ দিলে। এইবাৰ সঁচাকৈয়ে নিবাৰৰ পাল পৰিল। দুৰ্যোধনৰ বুদ্ধিৰ আধা পৰিল; মুখৰ মাত হেৰাল, অঙ্গ-প্ৰত্যঙ্গাদি জঠৰ হল। এনে আসন্ন সময়ত, ফ্ৰোণনন্দন অশ্বখই কৰ্ণৰ ওচৰ চাপি প্ৰস্তাব কৰিলেগৈ যে, এই শেষবাৰৰ নিমিত্তে কৰ্ণ ৰণত প্ৰবৃত্ত হৈ তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি, হিড়িম্বানন্দনক নিধন কৰকগৈ, নহলে আৰু কৌৰৱৰ নিজৰ নাই। তদুৰত কৰিীৰে বৰ দুখেৰে মনোভাব ব্যক্ত কৰিলে যে, তেওঁৰ হাতত আৰু একেটি মাথোন অমোঘ শৰশক্তি। বাকী ৰৈছেগৈ-সেয়ে হৈছে তেওঁৰ “একাঙ্গী অন্ত্ৰ” (১)। এই অস্ত্ৰবাণ (১) একামী একোতী অৱৰ আমোৰ শক্তি। এই মন্ত্ৰ বাৰ প্ৰতি বৰ হয়, তাৰ নিতি নাই। কি, ইয়াক ৰেল এৰ এতি বোৰ মাথোন এয়াগ কৰা যায়। কলিত প্ৰতি আহ ৫ ই একাঙ্গী এই গান কৰি এৰপৰা এভিনিত লাভ কৰিছিল। এই বিষয়ৰু সুৰ অদ্ভুত কাহিনীৰ হয়। এত কষৰ লও বিশেষ একো নাই।