পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জলেই তেওঁৰ সাৰথি পাণ্ডৱ-বুদ্ধি শ্ৰীকৃষ্ণ আঁতৰ হব। সেই হেগতে দ্ৰোণাচাৰ্যই এক অদ্ভূত বুহ ৰচনা কৰি পাণ্ডৱৰাজ যুধিষ্ঠিৰক বলৈ আহ্বান কৰিব। অৰ্জুনত বাজে দ্ৰোণাচাৰ্যৰ বুইভেদ কৰোতা আৰু কেও নাই। গতিকে, ধৰ্মপ্ৰাণ যুধিষ্ঠিৰ অচিতে শৰণাপন্ন হন। পিচদিন ঠিক তাকে কৰা হল। সংসপ্তক সেনাৰ আধান পালন কৰিবলৈ (১) বাধ্য হৈ, কৃষ্ণাৰ্জ্জুন আঁতৰি গৈ সেই নাৰী সেনাৰ লগত ৰণত প্ৰবৃত্ত হলগৈ। ইফালে দ্ৰোণাচাৰ্যৰ আহ্বান পাই যুধিষ্ঠিৰ বিবুদ্ধি হল। কিয়নো অৰ্জুনত বাজে দ্ৰোণাচাৰ্যৰ বুহ ভেদ কৰা শিক্ষা আনৰ নাই। গতিকে, পাণ্ডৱ শিবিৰত হাহাকাৰ লাগি উঠিল। ভীম, নকুল, সহদেব, সাত্যকি প্ৰমুখ্যে সকলোটি যুধিষ্ঠিৰক আগত লৈ সামৰিক সমিতিৰ বৈঠকত বহিল। এনেতে, যোল বছৰীয়া পাকুলতিলক কৈশোৰ কেশী সুনন্দন অভিমন্যই দ্ৰোণাচাৰ্যৰ সেই অভেদ্য ব্যুহ ভেদ কৰিবলৈ পৰম উলাহেৰে আগ বাঢ়িলে। অদ্ভুত বীৰ অভিমৰ অসম সাহসিকতাত সদসকল উৎসাহিত নহৈ আচৰিত হেইল। সিবিলাকে বিস্ময় মানি প্ৰশ্ন কৰিলে যে, অৰ্জন অবিহনে অনতনৱলৈ বুদ্ধ যুদ্ধ কেনেকৈ সপৰ ব পাৰে। তদুত্তত কৃগগিন অভিমানী অভিমই নিৰ্ভয়ৰে নিৰেদিলে কে তেওঁ বুজে কৰিবলৈ পিতৃৰপৰা শিক্ষা পোৱা আছে (কিন্তু ১) পুকালৰ ৰানীতি অনুসৰি কৰি শীৰ মাৰে তালিবে না একৰিবলৈ ৰা। ( নিচেই শিশুকাৰেণৰ অনিক গিজ অনলা কে চাই বিশেষ ৰেশকৌশলাৰিৰ যি বিশি। সে এতে অভিনয় যখনৰ শিক্ষা বে; কিন্তু বহিৰ্গত এনালীৰ বা জেলি