পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিমন্যু বধ। 999 নকৰাকৈ ৰণজয়ী হৈ পাণ্ডৱপক্ষক ৰক্ষা কৰিবলৈ চিতালোচনা কৰিব লগাত পৰে।(১) এনেতে, দ্ৰোণৰ প্ৰতিজ্ঞা চৌপাশে ৰাষ্ট্ৰ হৈ পৰিল যে, পিচদিনা তেওঁ পাণ্ডৱৰাজ যুধিষ্ঠিৰক নিশ্চয় বন্দী কৰি কৌৰৱৰাজ দুৰ্য্যোধনৰ হাতত গতাই দিবগৈ। এই ৰাষ্ট্ৰসংবাদত পাণ্ডৱ শিবিৰত আত উপস্থিত হল। কিন্তু, পাণ্ডৱ আৰু কৌৰৱ শিবিৰত সকলোৰে দৃঢ় বিশ্বাস যে, অৰ্জুনৰ বৰ্তমানে দ্ৰোণাচাৰ্য্যৰ সেই সংকল্প কাৰ্য্যত পৰিণত হোৱা সম্ভৱপৰ নহয়। সেই কাৰণে, কৌৰৱ শিবিৰত আকৌ সামৰিক সমিতিৰ বৈঠক হল। তাত বৃদ্ধ ব্ৰাহ্মণ পণ্ডিত দ্ৰোণাচাৰ্যৰ পৰামৰ্শ মতে এই স্থিৰ হল যে, সেই দিন অৰ্জ্জুনক আঁতৰাই ৰাখিবৰ অৰ্থে, সিফালে সংসপ্তক সেনাই (২) তেওঁক ৰণলৈ আহ্বান কৰক। অৰ্জুন (১) অৰ্জুনক জিনিব পাৰিলেই ভগদত্তই কুৰুক্ষেত্ৰমহাৰণত বিজয়ী নাম-গৌৰৱ লাভ কৰিব পাৰে। সেই কাৰণে তেওঁ বোলে বিষ্ণুভক্ত অৰ্জুনৰ প্ৰতি বৈষ্ণৰ বাণ ক্ষেপ কৰিবলৈ ধৰিলে। বৈষ্ণৱ বাণ ফৰ্তন কৰা অৰ্জুনৰ ধৰিৰোধী কৰ্ম; গতিকে, ভগবান শ্ৰীকৃষ্ণই অৰ্জুনক ঢাকি ধৰি, স্বয়ং সেই বাণ বুকু পাতি গ্ৰহণ কৰিছিল। কৃষ্ণবক্ষত মিলিত হৈ সেই বৈষ্ণৰ ৰাণ বৈজয়ন্তী মালাৰূপে এৰিত হৈছিল। কোৱা বাহুল্য মাথোন যে, ইও এটা কেৱল মহাত এক্ষিপ্ত ব্যাপাৰ। (২) এই সংসপ্তক সেনা “মাৰায়ণী সেনা” নামেও অভিহিত। ইয়াৰ সুক।

  1. শ্ৰীকৃষ্ণ। বৃন্দাবনত এই গোপসেনাদল ননন্দন এজেশ্বৰ বামেৰ এক

এল কৰাৰ বিষয়ে শ্ৰীকৃষ্ণ আদ্যলীলা খণ্ডত লাইণোৱা হৈছে। আৰ কৃষ্ণ কুৰুক্ষেত্ৰৰণলৈ ধৰণ কৰিবলৈ যাওঁতে, এই মাৰাত্মণ সেনাদল দুৰ্যোন নকৰি, শ্ৰীকৃষ্ণই নিজে বলে অনৰ গৰু অলন কৰি, কোৰৰক পাৰ কে সমানে সৰ বিষয়ে কৃষ্ণৰ মথীলা এত ন বিৰতি