পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অস্ত্ৰ নিক্ষে কাৰপিতামহ ভীষ্মদেৱৰ লগত অৰ্জ্জুনে মৃদুযুদ্ধ কৰাৰপৰা যি ফল ধৰিছিল, অশিক্ষক-ৰু দ্ৰোণাচাৰ্যৰ লগতো অৰ্জ্জুনে সেই মৃদুযুদ্ধ কৰা তেতুকে আকৌ সেই ফলেই ফলিয়াবলৈ ধৰিলে। ভীষ্মদেৱৰ নেতৃত্বত পাণ্ডৱপক্ষৰ পৰাজয়ৰ লক্ষণ যি ৰূপে দেখা গৈছিল, দ্ৰোণাচাৰ্য্যৰ নেতৃত্বত ততোধিক দেখা গল। কাৰণ, শিক্ষাগুৰু কোণাচাৰ্যৰ প্ৰতি তীক্ষ্ণ ৰিবলৈ অতি প্ৰিয়শিষ্য (১) অৰ্জুনৰ কোনোমতেই সত নাঘায়! গতিকে, সাৰথি শ্ৰীকৃষ্ণ আকৌ চিন্তান্বিত হল। একেসময়তে পাণ্ডৱৰ ওপৰত হেঁচাৰ উপৰি হেঁচা! সিফালে দ্ৰোণাচাৰ্য্যৰ বিক্ৰম সহিব নোৱাৰি পাণ্ডৱ পক্ষ লাহি-ত্ৰাহি; ইফালে আন এজন মহাপৰাক্ৰমী বী, কামৰূপৰ অধিপতি ভগদত্তৰ (২) বিক্ৰমৰ আগত কোনো এজন ৰীৰেই ঠাৰিৰ নোৱাৰাত পৰিল, মাখোন অৰ্জ্জুনে ছেগ বুজি তেওঁৰ গৰাহৰপৰা পাণ্ডৱপক্ষীয় যোহ্মাসকলক ৰক্ষা কৰি আছিল। শেহান্তত, অৰ্জুনে সেই ছেগ ধৰিবলৈ আজৰি নোপোৱা হলত, ভগদত্তৰ গৰাহৰপৰা ৰক্ষা পোৱাটোৱেই পাণ্ডৱসকলৰ পক্ষে অসম্ভৱ হৈ পৰিল। গতিকে, এই সমস্যাতো ৰণপণ্ডিত মহাবাহু শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ-মহাৰণত অস্ত্ৰধাৰণ (১) অ-শিা দ্ৰোণাচাৰ্য্যৰ শিষ্যসকলৰ ভিতৰত জুন সবাতকৈ অধিক প্ৰিয়শিষ্য আছিল। সেই কাৰণেই তেওঁ আৰু কেইটিও বিজয়া শসানৰ আৰু ৰচনাৰ প্ৰণালী আনকৈ থাই শিক্ষা দিলি। যেনে-অলংকাৰ আৰু মাননী একি বোজলা, চক্ৰযুহি ৰচনা ইত্যাদি। এই বিশেষ শিক্ষালাভৰ বলতে বলুন বিশেষ বীৰ্যৰা ধৰপে এ্যাভ হৈছিল। (২) ও মাসুৰৰ বৰপুল। কামৰূপৰ থিপতি। তেওঁ কাৰণত এ কৌণি কামৰূপ সেৰে সৈতে কোৰৰ পক সহায় কৰিছিলগৈ। এতে কৃষ্ণ” মধ্যণীত খত ৬ৰাি হৈছে।