পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২। আধ্যা। অভিমন্যু বধ। ভীষ্মদেৱৰ পতনত কৌৰৱ পক্ষ নিজে হৈ পৰিল; দুৰ্যোধন হতাশৰ খুন্দাত জঁয় পৰিল। তথাপি, উপায়ন্তৰ হৈ কোৰৰ শিবিৰত সামৰিক সমিতিৰ (১) বিশেষ বৈঠক তেওঁ আহ্বান কৰিলে। সেই বৈঠকতে মহাবীৰ কৰ্ণৰ প্ৰস্তাৱ আৰু সৰ্বসম্মতিক্ৰমে কৌৰ পাৰ আৰু প্ৰায় সদৌ ৰাজবৰ্গৰ প্ৰখ্যাত অস্ত্ৰগুৰু পূজনীয় দ্ৰোণাচাৰ্যক ভীষ্মদেৱৰ ঠাইত কৌৰৱপক্ষীয় বাই সেনাপতিৰ বাৰত বৰণ কৰা হল। আৰ্যাৰ নানা ঠাইৰপৰা আহি কুৰুক্ষে-মহাৰণত প্ৰবৃত্ত হে কৌৰৱ-পাৰ উভয় পক্ষৰে খৰ বীৰ সকলোৰে অৱশিক্ষকদেৰ জেশাচাই এখান নেহু বাৰ এহণ কৰাত কোৱ পৰু আকৌ ধৰি উঠিল। পিচদিন, কুক্ষেত্ৰমহাৰণৰ একাদশত যুদ্ধ আকৌ আৰ হল। পাওৰ পৰু একৌ সেই একে কাৰণতে বিনকৈ ঘটি জুলাই শিৰিলৈ উৰি লগীয়া হল অৰ পিচদিন পাৰ পক্ষ লোক জৰিত হৈ পৰি, আৰু কৌৰৱ গৰু জমাৎ নকিয়াল হৈ উল। ০) আস আপাৰ খুলি খুক্তিৰ উতে শিৰিৰ সাৰ এলো নাৰ ৰৈ ৰীতি কালৰো চলি আছি।