পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

908 লত সৰাতকৈ গভীৰ, সৰাৰে জ্ঞানদাতা; বুজিত সৰাতকৈ তী, সবাৰকে সজ বুদ্ধি দিও। অভিজ্ঞতা সবাতকৈ বিজ্ঞ সাৰে পিতৃপুৰুষৰ বুৰী কওঁতা; ৰাজনীতি, সমাজনীতি, ধৰ্মনীতিত অগাঢ় পণ্ডিত; সৰ্বশাস্ত্ৰ বিশাৰদ; মহাধাৰ্মিক। সেই নে মহামতি ভীষ্মদেৱৰ পতনত অটল ভগৱান শ্ৰীকৃষ্ণও টলিবলৈ ধৰিলে তেওঁ অতি ব্যথিত হৃদয়েৰে কাতৰ কণ্ঠেৰে এইবুলি খেদ কৰিছিল,-হায়, পৃথিবীৰ জ্ঞান পৃথিৰীৰ গৰ্ত্তত লয় হয় আজি! সদৌশেহত, শ্ৰীকৃষ্ণৰ সঙ্কেত অনুসৰি, যুধিষ্ঠিৰ প্ৰমুখ্যে পাও পক্ষীয় আপিপাসকলে মৃত্যুমুখী ভীষ্মদেৱৰ মুখে নানাবিষমিনী নীতি উপদেশ (১) এহণ কৰি কৃতাৰ্থ লাভ কৰিলেগৈ। এই দৰেই লোতাৰণক বিবিধ জ্ঞানগৰ্ভ উপদেশ দি থাকোতেই দিনচাৰেকৰ মূৰত সূৰ্য্যৰ উত্তৰায়ণ স্থিতিত (২) আত্মজ্ঞান-জ্যোতি সংবৰণ কৰি, পুণ্যাত্মা ভীমদেৱে ইচ্ছামৃত্যুৰ আলিঙ্গনত চিৰশান্তি লাভ কৰিলে। (৩) কাইলৈৰ ৰণত অৰ্জুনৰ ৰথত শিখণ্ডীকে একাষেদি বহুৱাই ললেই মোৰ আৰু অস্ত্ৰ ধৰা নহব। সেই হেগতে জুনে মোক অসংখ্য শৰৰি কৰি শৰবাত শয়ন সেয়ে শোৰ পতন।” পিচদিলামীৰ জিলাৰণ কি সেলে। পিচে,কল্পিত নে একৃত, পাকে নি বুদ্ধি-বিবেচনাই তাৰ বিচাৰ পৰলৈ আসি সেই বিষয় সেই আগেই এৰিলে। (১) সময় মত বিশা; খালি মীলিত তেওঁৰ ৰূপতি বিশেষ। তেও নীতি মেপে শামিল। (৪) ভীমৰে পৰ বিল বৰ বিতি॥তি ছিল। গতিকে ষ মনোবলেৰে তেওঁ জয় ছিতিলৈ কেন সে কৰি আ কৈ বৈলি। সেই এতে ভীমৰ গৰু। খেলা (৩) ময়ৰত, শাসন।