পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভীষ্মৰ শৰশয্যা। ৭৬৩ কৌশলেৰে ৰা চলিব লাগিছে, অদ্ভুত সাৰথি কৃষ্ণই বিচক্ষণীয়া কৌশলেৰে ৰথ চলাই অৰ্জনক পাকেপতি আসন্ন শঙ্কটৰপৰা সব লাগিছে, আৰু পাকেপতি বিপক্ষ বথীক ঠেকত পেলাই দি সাংঘাতিক আঘাত দিয়াব লাগিছে। এনেতে, দুৰ্জয় গিৰি উভলি পৰাৰ দৰে, বিৰাট পুৰুষ দুৰ্জয় বীৰ ভীমদেৱ বৰপৰা উফৰি ৰণভূমিত চিট খাই পৰিলগৈ; ভূমিত পৰিল, কিন্তু প্ৰকৃতপক্ষে তেওঁৰ শৰীৰে ভূমি স্পৰ্শ কৰিবলৈ নাপালে, অসংখ্যাত শৰবিদ্ধ শৰীৰ আসতে শশাত (১) শায়িত হৈ ৰল। ভীষ্ম-পতনত শত্ৰু-মিত্ৰ, সপক্ষ-বিপক্ষ, সকলোৰে মাজত সমভাৱে হাহাকাৰ লাগি উঠিল; দুৰ্যোধন আৰু কৃপাচাৰ্যই বিলাপ গছৰ পাত লৰাবলৈ ধৰিলে, কৌৰৱ-পাণ্ডৱ উভয় শিবিৰ শোকত জয় পৰিল (২)। বয়সত সৰাতকৈ বৃদ্ধ সবাৰৰ পিতামহ সমতুল্য। (১) এয়ে ভীষ্মৰ শৰশয্যাৰ ফুল তথ্য। (২) কোনোৱে ভীষ্মৰ পতন বা শশব্যা এইদৰে বৰ্ণায় :- যেনে, ভীষ্মদেৱৰ ৰণৰীৰ্য্যৰ প্ৰভাৱত যেতিয়া পাণ্ডৱ পতনোন্মুখী হল, তেতিয়া উপায়ান্তৰ হৈ যুদ্ধকৰ্তা যুধিষ্ঠিৰে পাণ্ডৱ শিবিৰত যথা যুগুতি কৰি, অমৰ অজেয় ভীষ্মদেৱৰ মৰণৰ উপায় ভীমদেৱকে সুধিবলৈ যথাবিধি কৌৰৱ শিবিৰত প্ৰৱেশ কৰিলেগৈ। উদাৰচেতা মহামতি ভীষ্মদেৱে অকাতৰে আৰু অকপট চিতেৰে নিজ মৰণোয় নিজে এই বুলি কৈ দিলে, “হে পানন্দন। সচাকৈয়ে নোক নবধিলে পাণ্ডৰ নিস্তাৰ নাই। মোৰ হাতে পালিত নাতি পঞ্চপাণ্ডৰ মোৰ হাতত বিনষ্ট হোৱাতকৈ সিবিলাকৰ হাতত মোৰ পতন হোৱাটো অধিক বাহনীয়। এতেকে, মোৰ বধৰ উপায় ও শুনা মই তিৰোতালৈ চাই ৰণ নকৰে। মই অত লোক মধ্যে; মই জমজলীয়া মানুৰ আগত শৰ বোজা নকৰো। পাঙৰ পত তেনেকুৱা লোৰু বৰ্তমান আছে-তেওঁ পদৰৰ শিখণ্ডী ভিৰোতা, পালনত পু। এতিয়া তেওঁক নপুংসক বলা যায়। গতিকে, তে মোৰ চকুত প্ৰতি অসীম। নিক নেখিল মত নিও। একে বিখঞ্জী জন্ম,