পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭৩৯ সেই সেই বুদ্ধিৰ অনুগামীসকলো সাত্ত্বিক, ৰাজসিক আৰু তামসিক কৰ্তাৰূপে অভিহিত। তদনুযায়ী ধৃতিও সাত্ত্বিক, ৰাজসিক আৰু তামসিক ৰূপে ত্ৰিবিধ। (১) “হে ভৰতশ্ৰেষ্ঠ! সত্ত্ব, ৰজ, তমঃ গুণানুসাৰে মানুহে অভ্যাসত অনুভৱ কৰা সুখ আৰু দুখো তিনি প্ৰকাৰ যি সুখৰ আৰম্ভণ বিযেন (২) আৰু পৰিণাম অমৃতহেন (৩), আৰু যাৰপৰা আত্মবুদ্ধিৰ প্ৰসন্নতা জন্মে, সেয়ে সাত্ত্বিক সুখ; যি সুখৰ আৰম্ভণ অমৃতহেন আৰু সামৰণ বিহযেন, আৰু যি বিষয় আৰু ইন্দ্ৰিয়ৰ বোগত উদয় হয়, সেয়ে ৰাজসিক সুখ; আৰু যি সুখ কেৱল তা, এলাহ আৰু প্ৰমাদমূলক, সেয়ে তামসিক সুখ। এই তিনিগুণ প্ৰকৃতিজাত গতিকেসি সকলোতে বৰ্তমান। এই স্বাভাবিক গুণানুসাৰেই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ কৰ্ম্মবিভাগ নিৰপিত হৈছে (৪)। শম, দম, তপঃ, শৌচ, ক্ষমা, সৰলতা, জ্ঞান, (১) গীতা, ১৮শ আধ্যা, ২৩-৩৫ মোক। (২) সাত্ত্বিক সুখন বৈৰাগ্য, ধ্যান আৰু সমাধি আদিৰ দ্বাৰাই সাধন কৰা যায়; গতিকে সি কষ্টসাধ্য হেতুকে আদিতে ৰিহযেন লাগে। (৩) সাৰ্বিক সুখৰ সাধনা এবাৰ সিভি হৈ উঠিলে সি পৰম আনন্দদায়ক হয়; গতিকে তেতিয়া সি অমৃতযেন বোধ হয়। () ব্ৰাহ্মণক্ষত্ৰিয়বিনা শত্ৰাং চ পৰস্তুপ। কাণি প্ৰবিজ্ঞানি বাষ- প্ৰভৰৈশৈ-গীতা, ১৮ অধ্যা, ১১ শ্লোক। ব্ৰাহ্মণক্ষত্ৰিয়ৰিং ব্ৰাহ্মণ+ক্ষত্ৰিয়+বিশ, এই তিনি শব্দৰ সংযোেগ সমালে এই তিনি বৰ্ণৰ বিজত্ব আৰু বেধ্যয়ন অগ্নিহোত্ৰাটি কত অধিকাৰ দেখুৱাইছে। ভাৰতৈসৈঃ বাক্যে প্ৰমাণ কৰিছে যে, সত্ব, ব ত ভিত্মিক প্ৰকৃতি বা স্বধৰ্ম অনুযায়ী এই বৰ্ণ তুষ্টয়ৰ হৈছে। বেনে, সাকিগুণ ৰাৰ ক খুন, যান, অধ্যয়ন;জকিগুণী ত্ৰিয়ৰ খ শাসন, পালন, অধ্যয়নঃমিশ্ৰণ বৈষ কৃষি, বাণিজ্য, অধ্যয়ন; তামসিক শুমৰ কৰ সেৱা, ৩, অৰুণ; অথবা সেই সেই সাৰে সেই সেইবাৰ উৎপত্তি। কাৰখাৰীকৃত গীতাসশীপশী।