পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

480 কৃষ্ণ। বিজ্ঞান আৰু আতিকতা এই ১টা ব্ৰাহ্মণৰ স্বধৰ্ম বা ধবজাত ধৰ্ম। শৌৰ্য, কে, ধৃতি, দক্ষতা, যুদ্ধত অপৰান্মুখত, ঈশ্বৰব (প্ৰভুত্ব) আৰু দান এই কেইটা ক্ষত্ৰিয়ৰ প্ৰধৰ্ম বা প্ৰকৃতিগত কৰ্ম; কবি, গোৰক্ষা আৰু বাণিজ্য এই কেইটা বৈৰ অধৰ্ম বা স্বাভাবিক কৰ্ম আৰু উল্লিখিত বিজাতিয়ৰ সেৱা আৰু শুশ্ৰুষা শূদ্ৰৰ স্বধৰ্ম বা স্বভাবজ কৰ্ম (১)।(২) “হে অৰ্জুন! যি ঈশ্বৰে আকাশাদি ভূতসমূহ সৃষ্টি কৰিছে, যি ঈশ্বৰ বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বত্ৰতে বিদ্যমান আছে, সেই ঈশ্বৰক মানুহে স্বধৰ্ম (৩) অনুযায়ী কৰ্ম্মৰ দ্বাৰাই অৰ্চনা কৰি সিদ্ধিলাভ কৰিব পাৰে। হে কুন্তীনন্দন! “স্বধৰ্ম্মো নিধন শ্ৰেয়” এই পূৰ্বোক্ত উপদেশ সততে পালন কৰিলেই পৰানিষ্ঠজ্ঞান (৪) লাভ কৰিব পাৰিব। বিশুদ্ধ বুদ্ধিৰ (১) শমমা দপ শোচং ক্ষান্তিৰাজ্জমেব চ। জ্ঞান বিজ্ঞানযাকিং ৰাহ্ম কৰ্ম স্বভাৰম-গীতা, ১শ আখ্যা, ০২ শ্লোক। শৌবং তেজো ধৃতিদাক্ষ্যং যুদ্ধে চাপাপলায়নম। দানশীৰতাৰ ক্ষং কৰ্ম বাৰম। -গীতা, ১শ, আ্যা, লোক। কৃষিগৌৰাণিং বৈং কৰাৰ,। গৰিচৰ্যাক শুমাপি বাৰ, গী, ১৭ খ্যা, ০ মে। (২) শীল, ১শ অধ্যা, ও আক। (৩) অধত কাজ ধৰ্ম্মৰমৰ কলমী বি এই বি কুলত লয়, তাৰ সেৰে বুধ। ৩) পলিষ্ঠাৰ উপৰি আৰু সাধনা নাই। এতিম, গত কাৰ লাকিত পকহপ বি এক শ জন পলে বিল উত