পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিযোগ। গীতশাস্ত্ৰ ব্যাখ্যা অৱনত অৰ্জুনৰ আসক্তি উপলব্ধি কৰি ভগৱান শ্ৰীকৃষ্ণই হৰি অন্তৰেৰে এই বুলি পুৰপি সূতৰ কাচা আৰম্ভ কৰিলে।-“হে অৰ্জুন। বেদশাবিপণ্ডিতসকলৰ মতে কাম্যকৰ্ম আৰু তাৰ ফলবাসনা বৰ্জন (১) কৰাৰ নাম ‘সন্ন্যাস; তদুপৰি নিত্যকৰ্ম সমূহ আৰু তাৰ ফলবাসনা বিসৰ্জন দিয়াৰ নাম ত্যাগ। ই ঘটনা পটৰ নিচিনা বিভিন্ন জাতীয় নহয়, ঘট আৰু ঘটীৰ নিচিনা একে জাতীয় পদাৰ্থ হে (২)। “হে অৰ্জুন! ত্যাগ বিষয়ত পণ্ডিতসকলৰ ভিতৰত সহজে আছে। কাৰ মতে মুক্তিৰ বাধক কামকাম আৰু নিত্যকাম মাত্ৰেই বৰ্জনীয়; কাৰৰ মতে যজ্ঞ, দান, তপস্যাদি কৰ্ম কোনোমতে বৰ্জনীয় নহয়। কিয়নো, এইবোৰ কৰ্ম্মানুষ্ঠান চিত্তশুদ্ধি অৰ্থে প্ৰয়োজনীয়। হে ভৰতসত্তম। সেই সমস্যা খবৰ হেতু মানৱৰ ত্যাগ বিষয়ে মোৰ সিদ্ধান্ত মত এই ত্যাগ তিনিকাৰ; যেনে, ১৭, ফলকামনা নাৰাখি কৰ্মৰ অনুষ্ঠান কৰা; ২য়, ফকামনাযুত কৰ্ম্মানুষ্ঠান মাথোন বৰ্জন। ৩য়, ফলকামনা আৰু তাৰ লগতে সমুদায় কৰ্ম্মানুষ্ঠান পৰিহাৰ কৰা। ইয়াৰভিতৰত প্ৰথম বিথেই শ্ৰেয়। নিত্যকৰ্ম ত্যাগ কৰাও বিয়ে নয়। কৰ্তব্যবোধত কৰ্মৰ অনুষ্ঠান কৰি তাৰ ফল বাসনালৈ উদাসীন হোৱাই সাথিক ত্যাগ; এই ত্যাগেই এহণীয়। (৩) (১) কাম্যক মাসে মুক্তি প্ৰভিন, ইয়াৰ কাৰণাই মুৰ্শি (৪) পী, ১৭,। (৩) গত, ১৮ নাখ্যা, ১১ না।