পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২। আধ্যা। ত্যাগ তত্ত্বজ্ঞান। অষ্টাদশ অধ্যাৰে সৈতে গীতা সম্পূৰ্ণ। এই মোখনী আধ্যাত আগৰ অধ্যাবোৰ ভালেমান জটিল তত্ত্বৰ সৰল ব্যাখ্যা দিয়া হৈছে মাথোন নতুন মূলতত্ত্ব সন্নিবিষ্ট হোৱা নাই। বিশেষ, ১৪শ আৰু ১৫শ অধ্যাতে ১৮শ আধ্যাত কবলগীয়া কথাৰ সাৰাংশ কথিত হৈছে। এতিয়া এই মোখনী আধাৰ ব্যাখ্যাত ভালেমান তত্বৰ বছ বছা লাগতিয়াল গোটাচেৰেক ত্যাখ্যা মাখোন উদ্ধৃত কৰা যাব। সৰ্বশাস্ত্ৰবিশাৰ সুক্ষ্মতত্ত্বদৰ্শী আত্মজ্ঞানী পৰমাঝাস্বৰূপ নতনু বিশ্ববিকাশ বাহবিঘ্নবিনাশক জীবন্ত শক্তি মহাবাহু কেশিনিসূদন অতৰ ৰিপুসংযমী হৃষীকেশ গোবিন্দ শ্ৰীকৃষ্ণকথিত তত্ত্বজ্ঞান উপলব্ধি কৰি তন্ময় হৈ পাৰ্থবীৰে ভক্তিবিহ্বল শুদ্ধচিত্তেৰে এইবুলি পুনপি ভিক্ষা কৰিলে-হে মহাবাহে। হে হৃষীকেশাহে কেশিনিসূদন। এতিয়া সস আৰুতগৰ (১) প্ৰকৃত পাৰ্থক্য কি, আনিৰলৈ মোৰ এউিতি বাঢ়িছে। কৃপা কৰি তাৰ বিশদ ব্যাখ্যা দি মোৰ তত্ব সম্পূৰ্ণ কৰা। (২) (১) সাস’ আৰু ত্যা এই দুটি ঘট' আৰু পটৰ নিচিনা বিভিন্ন নে, ঘট আৰু বৰ নিচিনা একেৰিব লীৰ বিভিন্ন না, এলে তাৰে বিৰে গিৰিহ। (২) গী, ১শ না, আৰু।