পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭৫ কৰে। কিন্তু হে অৰ্জুন। শ্ৰদ্ধাই সিদ্ধিৰ মূল অশ্ৰদ্ধাৰে সৈতে অগ্নিত আহুতি দান, ব্ৰাহ্মণ সজ্জনক অন্ন-বস্ত্ৰাদি দান, আৰু কায়িক, বাচিক আদি তপস্যা আৰু আন যি কোনো কৰ্মৰ অনুষ্ঠান কৰা যায়, সমস্ত অসৎ আৰু ব্যৰ্থ হয়। আৰু সেই শ্ৰদ্ধাহীন কাৰ্য্যৰ দ্বাৰাই ইহলোক আৰু পৰলোক কতো কোনো গুণ বা ফল লাভ কৰা নাযায়। (১) (১) , ১৭, ২৩-২ গো।