পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্তিযোগ। কৰ পইত, আসিজা, অতিসিল গেল, পচ, দুৰ্গ, এব, অশুচি আহাৰ তামসিক সম্প্ৰদায়ে ডোন কৰে। যক্ত ফল কামনা ত্যাগ কৰি কেৱল চিৰ উদ্দেশে বন কৰি যি বক্ত অনুষ্ঠিত কৰা হয়, সেয়ে সাৰ্বিক বক্ত; ফল কামনাৰে আৰু নিজ মহতালি প্ৰকাশৰ উদ্দেশে বি বৰ্ত কৰা হয় সি বাৰ্ষিক আৰু বিষ শাস্ত্ৰবিধিবৰ্জিত আৰুৰতাৰ অভাৱ, সেই যত তামসিক। তপশাৰীৰিক তপস্যা, বাচিক তপস্যা আৰু মন তপা এই তিনি প্ৰকাৰ তপস্যাৰ লক্ষণ এই যে, দেব, জি, এৰু আৰু প্ৰাজ্ঞজনৰ পূজা আৰু শৌচ। আজ্জব ব্ৰহ্মচৰ্য, অহিংসা এইবোৰ শাৰীৰিক তপস্যাৰ নিষ্ঠা; সদালাপ, সত্যকথা, অৰ্থাৎ যি কথা শুনিলে শ্ৰোতাৰ মনোবেদনা নহয়, যি সত্যকথা শুনি শ্ৰোতাৰ কল্যাণ সাধিত হয়, এনেকুৱা বচন ব্যৱহাৰ আৰু যথাবিধি বেলায় এই বোৰেই বাচিক তপস্যাৰ লক্ষণ; চিত্তপ্ৰসন্নতা, অকুৰতা, যৌন আত্মসংয চিত্তশুদ্ধি এইবোৰ মানস তপস্যাৰ আচৰণ। কামনা ত্যাগ কৰি নিজ কৰ্তব্য বোধ কৰা এই বিবি তপ। সাৰ্বিক মান-সৎকাৰ, যশ, গৌৰৱৰ উদ্দেশে বি তপস্যা অনুষ্ঠিত হয় সি ৰাজসিক; দুকাজ। তৃপ্তি আৰু নিবৃত্তিৰ নিমিতে, অথবা আনৰ বিনাশ কামনাৰে যি তপস্যা কৰা যায়, সি তামসিক। দান দেশকাল-পাত্ৰভেদে প্ৰত্যুপকাৰৰ আশা নৰখাকৈ, কেৱল কৰ্তব্যৰ অনুৰোধত যি দান কৰা যায়, সি সাৰিক। প্ৰত্যুপকাৰৰ প্ৰত্যাশা বা অৰ্গাদি ফল কামনাৰে যি দান কৰা বায় দি ৰাজসিক বি গান অযোগ্য নেত অত কাল, পাত্ৰত আৰু অৱৰে সৈতে এত

  1. সি তালিক গান। (১)

(১) গত, ১৭ আ, ২২ আৰু।