পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

3 gor শ্ৰীকৃষ্ণ। তাৰ বিশদ ব্যাখ্যা দিওঁ অনিব। যিসকলে দেৱতাদিৰ পূজা কৰে, সেইসকল সাত্বিক; যিবিলাকে যক্ষৰাক্ষসাদিৰ পুজা কৰে, সিবিলাক বাসিক। আৰু যিবিলাকে ভূতপ্ৰেতাদিৰ পূজা কৰে, সিবিলাক হামসিক। যিবিলাকে শাস্ত্ৰত নোহোৱা সকল্পিত বিধি অনুসৰি কঠোৰ তপত ধৰি উপবাস, অনাহাৰ, অনিদ্ৰা ব্ৰতৰ ৰাই দেহক কশ আৰু দুৰ্বল কৰে, তাৰ লগে লগে দেহস্থিত আত্মাকো কৃশ কৰে, সেই বিবেকবিহীন লোক ইছলোত সৰ্বমুখৰপৰা বঞ্চিত আৰু পৰলোকত অধোগতি প্ৰাপ্ত হয়। সিবিলাক আসুৰ (১) শ্ৰেণীত ভুক্ত। (২) প্ৰকৃতিভেদে মানুহৰ আহাৰ তিনি প্ৰকাৰ (৩); আৰু তপ, যজ্ঞ, দান এই ধৰ্মকৰ্ম্মানুষ্ঠানে প্ৰত্যেকেই তিনি বিধৰ (৪)। সেইবোৰৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিও শুনিব। আহাৰ বি আহাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰে, যি আহাৰে দুৰ্বল শৰীৰত বল দিয়ে বি আহৰে ৰোগ নিবাৰণ কৰে আৰু চায়, যি আহাৰে মন-প্ৰাণ পৰিতৃপ্ত কৰে, যি আহাৰ সোৱাদ, শীতল আৰু কচিকৰ, যি আহাৰে মনত উৎসাহ বঢ়ায়, সেইবোৰ আহাৰেই সাত্ত্বিক সম্প্ৰদায়ৰ আহাৰ; অতি কেহ, টেক, সুনীয়া, চোকা, উগ্ৰ (বাৰ-চলা দিয়া পাকী) আহাৰ, আৰু যি আহাৰ পাচত ৰোগ, শোক, দুধ, বিষাদিৰ কাৰণ হয়, সেই আহাৰ ৰাজসিক সম্প্ৰদায়ে অেগ কৰে। (১) নিকৃষ্ট সম্প্ৰদায়ৰ কৰ্ম্মানুষ্ঠানৰ ব্যাখ্যা দিওঁতেই উৎকৃষ্ট সম্প্ৰদায়ৰ কানুষ্ঠান অচিতে ব্যাখ্যা কৰা হয়। ইয়াকে নিবেধমুখী ব্যাখ্যা খোলা যায়। (২) গীতা, ১৭ আখ্যা, ২ গোক। (৩) , চোৰ্য আৰু লেই এই ভিৰিৰ আহাৰ। o) ( অগ্নিহোত্ৰাবি; ( চালাজনিতপ; গ) দলি বিশিষ্ট দান।