পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২০ ইন্দ্ৰিয়াদিকে প্ৰৱেশ কৰায় (১)। দেহত্যাগৰ শত ৰা দেহত স্থিতিৰ কালত, নাইবা শেক-মোহ-মুখ-দুখ আদি বিষয় ভোগত প্ৰবৃত অৱস্থাত, অথবা সত্ত্বৰজ-তমঃ ত্ৰিগুণযুত দশাত জীৱাত্মক বিষয় ভোগ বাসনাত উন্মুক্ত মুচুগণে দেখা নাপায়, মাথোন বিবেকী বোগিগণে চিত- শুদ্ধিৰ বলেৰে ধ্যানত নিজ নিজ দেহস্থিত আত্মাক দেখা পায়।(২) “হে অৰ্জুন! চন্দ্ৰ, সূৰ্য, অগ্নিৰ যি তেজে জগতক প্ৰকাশ কৰিছে, সেই তেজ স্বৰূপত ময়েই (পৰমাত্মা) বুলি জানিব। (৩)। ময়েই (পৰব্ৰহ্মই) পৃথিবীত অন্যান্য গ্ৰহৰ সৰ্ব্বতিকাৰ সমান্তৰ ৰাখি সমস্ত ভূতক ধাৰণ কৰি আছোঁ। আৰু চৰূপ সোমৰস (৪) হৈ ঔষধিত ৰোগনিবাৰিণী শক্তি প্ৰয়োগ কৰিছোঁ। যি প্ৰাণ (নিশ্বাস) আৰু অপান (প্ৰশ্বাস) বায়ুৰ দ্বাৰাই জীৱগণৰ চাৰি প্ৰকাৰ অন্ন (৫) (আহাৰ) জীৰ্ণ কৰে, সেই জঠৰাগ্নি ময়েই (পৰমাত্মা) বুলি বুজিব। সকলে মায়াশিত চৈতন্যৰ (৬) লগত মিলি পৰমাত্মাই স্মৃতি আৰু জ্ঞানৰপে উদয় হয়, আৰু সেই স্মৃতি জ্ঞানৰ বিলয়য় ঘটায়; বেদ বুজাবৰ গৰাকী তেৱেই বেদ বুজিবৰ গৰাকীও তেৱেই। অৰ্থাৎ, আয়াতীত ৰূপে তেওঁ ব্ৰহ্ম, (১) শৰীৰং যদবাগ্নোতি যচ্চাৎক্ৰামতীবঃ। গৃহীদ্বৈানি সংযাতি বাযুৰ্গন্ধানিবালয়। -গীতা, ১৭, আধ্যা, * লোক। (২) ১৫শ, আধ্যা, ২১১ কে। (৩) বিহেতু দৃশ্যমান জগতৰ সকলো বস্তুৱেই গুগবিভূতি। (0) চন্দ্ৰত সঞ্জীৱনী মুখা আছে বুলিয়েই চন্দ্ৰৰ আন এটা নাম “সোম। (৩) গৰি প্ৰকাৰ অন্ন, ব্য, নেই, পেয়। (০) মায়াজিত চৈতই লীলা।