সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪। আধ্যা। গুণসংযোেগ তত্ত্বজ্ঞান। অভেদাত্মা আৰু কল্পিত ভেদাভেদ তত্ত্বজ্ঞান দানৰ পাচত, ভগবান শ্ৰীকৃষ্ণই প্ৰকৃতি-পুৰুষৰ সংযোগ তত্ত্বজ্ঞান দান কৰাৰ মানসেৰে বোগীবীৰ অৰ্জনক পুনৰপি এই বুলি সম্বোধন কৰিলে, “হে মহাবাহে! যি জ্ঞান সাধনৰ দ্বাৰাই ঋষি-মুনিসকলে দেহবন্ধনৰপৰা মুক্ত হৈ মোক্ষ বা পৰমসিদ্ধি লাভ কৰে, সেই সৰ্বোত্তম পৰমজ্ঞান সাধনৰ বিষয়ে কওঁ, শুন॥—যি এই জ্ঞান (১) সাধন কৰে, তেওঁ পৰব্ৰহ্মৰ নিগুণ স্বৰূপত্ব লাভ কৰে; আৰু তেওঁ সৃষ্টিকালত জন্ম, আৰু প্ৰলয় কালত লয় পাব লগীয়া নহয়।” (২) “হে ভাৰত! মহত্ত্ব (প্ৰকৃতি) মোৰ (পৰব্ৰহ্ম পুৰুষৰ) যোনি (৩), অৰ্থাৎ গৰ্ভধানৰ (৪) স্থান; তাতে মই পুৰুষে জগতৰ বীজ (১) অকল ত্মিকা (সত্ব, ৰজ, তম এই তিনি বিশিষ্ট) প্ৰকৃতিকে সৃষ্টিৰ মুলকাৰণ বুলি সাব্যস্ত কৰোতাৰ নিৰীৰ সাংখ্যমত খণ্ডনৰ অৰ্থে প্ৰকৃতি আৰু পুৰুৰ বা ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ ঈশ্বৰাধীন সংযোগ কাৰ্যই হে যে স্থৰ আচল কাৰণ, সেই বিষয়ক তত্ত্বজ্ঞান। কৃষ্ণানন্দ স্বামীৰ গীতাৰ্থসন্দীপনী। (২) গীতা, চতুৰ্দশ অধ্যা, ১২ শ্লোক। (৩) মহংক্ষ ৰ অৰিদ্যা-অন-প্ৰকৃতি- বিত্মিক ব্যাকৃত ৰাই যোনিশ্বৰূপ। (৫) নক্ষে পে বেনিত পৰৰ পৰমৰ সৃষ্ট সংলই গোন