পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰে। হে অৰ্জুন! যি এইপে ক্ষেত্ৰ আৰু ফেজ ভেদাভেদ বা অভেদ ভাব (১) উপলব্ধি কৰিব পাৰে আৰু প্ৰকৃতিৰপৰা ভূতসমূহৰ মোক্ষৰ উপায় জ্ঞান-চকুৰে সৈতে দেখা পায়, তেওঁ পৰমপদ প্ৰাপ্ত হয়।” (২) (১) ক্ষেত্ৰ আৰ ক্ষেত্ৰৰ কল্পিত ভেদ থাকিলেও, পৰমাৰ্থত নেন মেৰপৰা পৃথহয়; যেনেকৈ ক্ষেত্ৰ আত্মা পৰমাত্মাৰে সৈতে অতে, তেনেকৈ ক্ষেত্ৰবো পৰত্ৰহ্মসত্তা বা পৰমাত্মাৰ লগত প্ৰভেদ নাই। মুঠৰ ওপৰত, আন আৰু জোয়, নেত্ৰ আৰু কেqজ্ঞ, প্ৰকৃতি আৰু পুৰৰ সকলোৱেই অভেদাত্মা।এখৰ বাৰীকৃত টকাবা। (২) গীত, আেদশ অ্যা, - শোক।