পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭৯ অটল ভক্তিমান তেওঁ মোৰ আদৰৰ পাত্ৰ। আৰু যি এই দৰে ধৰ্মবিষয়ক সুধা পান কৰি শ্ৰদ্ধাবান আৰু মৎপৰায়ণ হৈ কাৰ্য্য অনুষ্ঠান কৰে, সেই ভক্ত মোৰ অতিশয় প্ৰিয় বুলি ধুৰুপকৈ বুজিবা।” (১) (১) গীতা, দ্বাদশ অধ্যা, ১৯-২৯ গোক। ব্ৰহ্মৰ নিগুণ খপ লাতেই যে সগুণ ব্ৰহ্মোপাসনাৰ গুঢ় লক্ষ্য, গীতাৰ দ্বাদশ অধ্যাত তাৰেই গুহতম ব্যাখ্যা দিয়া হৈছে।