পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২। আধ্যা। সাকাৰ আৰু নিৰাকাৰ উপাসনা। সগুণ আৰু নিগুণ ব্ৰহ্মতত্ত্ব ব্যাখ্যা শুনি অৰ্জুনৰ মনত প্ৰশ্ন উঠিল, ইয়াৰ মাজত কোন্ বিধৰ উপাসনা শ্ৰেষ্ঠতৰ। সেই কাৰণে, তেওঁ সভক্তিৰে ভগৱান শ্ৰীকৃষ্ণক অনতিপলমে সুধিলে, “হে কৃষ্ণ! সাকাৰ বা সগুণ ব্ৰহ্মৰ উপাসনা (১) আৰু নিৰাকাৰ বা নিগুণ ব্ৰহ্মৰ ধ্যান (২) এই দুইৰ মাজত কোন বিধ যোগ উত্তম। এই বিষয়ে মোক বিশদকৈ জ্ঞান দিয়া।” (৩) ভগৱান শ্ৰীকৃষ্ণই সমিচাৰ দিলে, “হে অৰ্জুন! মোৰ (৪) মনেৰে যি একাগ্ৰচিত্ত আৰু সাত্বিক শ্ৰদ্ধাযুক্ত হৈ মোৰ ৫) সগুণ স্বৰূপ বা সাকাৰ ব্ৰহ্মৰ উপাসনা কৰে, তেওঁৱেই যোগীগণৰ মাজত প্ৰধান। (১) পৰহ্মৰ সাৰ যেনে, কৃষ্ণ অৱতাৰ ৰূপ উপাসনা)। (২) যেনে, বিভূতি ধ্যানত বিখপ দৰ্শন। (৩) গীতা, বাদল আখ্যা, ১ম শ্লোক। 0) এই মূলত “মোৰ অৰ্থত আকৃষ্ণ। (৩) এই অৰ্থত শোৰ মানে পক্ষ।