পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোগ। কি ভাবে চিতিলে তোমাক জানিব পাৰি কৃপা কৰি কৈ দিয়া। হে অনাৰ্দন। (১) তোমাৰ যোেগ আৰু বিভুতিৰ তত্বব্যাখ্যা মোক পুনৰপি বিস্তৃতভাৱে দান কৰা, কিয়নো তোমাৰ বচনামৃত শ্ৰৱন কৰি মোৰ তৃপ্তি পলোৱা নাই। (২) পৰম ভক্ত শিষ্য অৰ্জুনৰ একান্ত প্ৰাৰ্থনা পূৰ্ণ কৰাৰ মানসে ভকতবৎসল ভগৱান শ্ৰীকৃষ্ণই গদগদ চিভেৰে এইবুলি সমিচীৰ দিলে, “হে কুৰুশ্ৰেষ্ঠ! মোৰ দিব্য বিভুতি অনন্ত, তাক কৈ অন্ত কৰিব নোৱাৰি। তথাপি তোমাৰ অনুৰোধ এৰাব নোৱাৰি তাৰ ঘাই যাই গোটাচেৰেকৰ বৰ্ণনা দিওঁ, শুনি। হে গুড়াকেশ! (৩) ময়ে সৰ্বভুতৰ হৃদয়স্থিত আত্মা; ময়ে জগতৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতুস্বৰূপ। মই আদিত্যগণৰ মাজত বিষ্ণু, প্ৰকাশকগণৰ মাজত তেজস্বী সূৰ্য্য, বায়ুগণৰ মাজত মৰীচি, নক্ষত্ৰগণৰ মাজত চন্দ্ৰ; মই বেদৰ মাজত সামবেদ (৪); দেৱতাৰ মাজত ইন্দ্ৰ; ইন্দ্ৰিয়গণৰ মাজত মন (৫); তেতিক ৰাজ্যত চেতনাপ; যই গণৰ (৬) মাজত শঙ্কৰ; ১) জীৱগণৰ স্বৰ্গমুখাদি দাতা আৰু মুক্তিবিধান কৰ্তাৰ নাম জনাৰ্দন। (২) গীতা, দশম অখ্যা, ১৬-১৮ গোক সংযোগব্যাখ্যা। (৩) যি নিত্ৰাক জয় কৰিছে, তেওঁৰ নাম ঢাকেশ। (৪) স্বৰমাধুৰীৰ প্ৰাধান্য হেতুকে চাৰিবেদৰ ভিতৰত সামবেদ ভগৱানৰ প্ৰতম বিভুতি। ৩) একাদশ ইলিয়ৰ মাজত মনেই ৰজা। (৩) একাদশ অ, একপাদ, অমি, পিনাকী, অপৰাজিত, অধ্যক, যে, শকু, বকপি,ৰ আৰু ঈশ্বৰ।