পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। নিজৰ নাকৰ আগটি মাথোন চাই, আন কোনোফালে নাচাই, সমাধিস্থ হেৰাৰ বিধি। তাৰ পাচত, প্ৰশান্তচেতা, নিৰ্ভয়, ব্ৰহ্মচৰ্য্যশীল সংযতচিত্ত, মাগতচিত্ত, মৎপৰায়ণ হৈ যোগাভ্যাসী লোক সমাধিস্থ হোৱাৰ নিয়ম। এই নিয়মে সংযতচিত্ত সমাধিস্থ সাধকে মন নিৰোধ কৰি ঈশ্বৰৰ স্বৰূপভুত নিৰ্বাণৰূপ পৰমশান্তি (১) লাভ কৰে। হে অৰ্জুন! অতি- ভোজীৰৰ সমাধি নহয়; অনাহাৰীৰৰ নহয়; অতি নিদ্ৰায়ো যোগ দুৰ্বল কৰে, অনিদ্ৰায়ো কৰে (২)। যি সমাধিস্থ লোকে নিয়মিত আহাৰ- বিহাৰ কৰে, নিয়মিত নিদ্ৰা-জাগৰণ কৰে, তেওঁৰ যোগ সহজে সিজি হয়। ইত্যাদি অচিৰণৰ দ্বাৰাই যেতিয়া চিত্তসংষত হৈ আন্তৰিক বৃত্তিৰ ক্ৰিয়া, চেষ্টা, স্পৃহা সকলোতে বৈৰাগ্য লাভ হয়, আত্মা পাত্মত সমাহিত হয়, আৰু পৰমাত্মাত তন্ময় হোৱা যায়, তেতিয়াই যোগৰ যোগ সিদ্ধ হয়।” (৩) যোগসূত্ৰৰ সমাধি আৰু সাধনা বহুলকৈ ৰাবৰ অৰ্থে ভগবান কৃষ্ণই এই বুলি ক্ৰমাৎ তাৰ ব্যাখ্যা বখানিবলৈ ধৰিলে, “হে অৰ্জুন! ব’ত বায়ুৰ গতি নাই, তাত বন্তি অচঞ্চলভাৱে জ্বলে; সেই অনুপে বাহ বিষয়েৰে সংসৰ্গ নথকা হেতুকে যোগৰ অন্তৰৰ বৃত্তিবিলাক কিঞ্চিৎ (১) যি অনিৰ্বচনীয় অবস্থা প্ৰাপ্ত হলে জীৱৰ বাসনা বিকাশৰ ৰী বিদহ তাৰ নাম পনিৰ্বাণ-কৃষ্ণানমমিকৃত গীতাৰ্থসন্দীপনী। (২) যোগীয়ে পাকলীৰ দুভাগ অন্নেৰে আৰু এগ পানীৰে পূৰণ কৰিব। বাকী চতুৰ্থভাগ বায়ুৰ গতিবিধিৰ কাৰণে উদংকৈ ৰাখিব। ৰাতিৰ প্ৰথম আৰু চতুৰ্থ প্ৰৰ ভগবাৰাধনা, দ্বিতীয় আৰু তৃতীয় প্ৰহৰ নিয়াত নিয়োজিত কৰিব লাগে। (৩) গীতা, ৩ আখা, ১১৮ কে।