পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোগ আৰু সন্ন্যাসী। কৰে। যি জীৱাত্মা শীত, উষ্ণ, সুখ, দুখ, মান, অপমান, ৰাগ, ক্ৰোধ ইত্যাদি বৰ্জিত, সেই আত্মতে পৰমাত্মা অবিচলিত ভাৱে বিদ্যমান থাকে; আৰু যি জ্ঞান-বিজ্ঞ নবিশিষ্ট, যি বিকাৰশূন্য আৰু জিতেন্দ্ৰিয়, যি শিল, জোন, সোণ, মাটি সকলো বস্তুকে সমান দেখে, তেওঁকে যোগাৰ বুলিব পাৰি।” (১) “হৃ মিত্ৰ, অৰি, উদাসীন, মধ্যস্থ, দ্বেষ্য, বন্ধু, সাধু, অসাধু (২) আৰু অন্যান্য সকলে জীৱকে যি সমান জ্ঞান কৰে, তেৱেই বিশিষ্ট পুৰুষ; এই বিশিষ্টতাই যোগাৰু পুৰুষৰ পূৰ্বলক্ষণ। বোগাৰ পুৰুষে সততে নিজানত বাস কৰি, ইন্দ্ৰিয়াদি সংযত কৰি আশা আৰু পৰিগ্ৰহ ত্যাগ কৰি, চিত্তক সমাহিত কৰিব লাগে। বৰ ওখও নহয়, নিচেই চাপৰো নহয়, এনে পৰিত্ৰ ঠাইত (৩), তলত কুশাসন, তাৰ ওপৰত হৰিণা বা বাঘৰ ছাল, আৰু তাৰ ওপৰত কোমল বস্ত্ৰ (৪) পাৰি মোগীয় উপবেশন কৰাৰ বিধি। এনে পৰিত্ৰ আসনত উপবিষ্ট হৈ চিত্ত, ইন্দ্ৰিয় আৰু ক্ৰিয়া সংযত কৰি একাগ্ৰচিত্তেৰে চিত্তশুদ্ধিৰ যোগাক'জ্জী পুৰুষে সমাধি অভ্যাস কৰাৰ প্ৰয়োজন। যোগাভ্যাসী পুৰুষে শিৰ, ৰীৰ আৰু কণ্ঠ পোনকৈ নীলাভাৱে ৰাখি, (১) গীতা, ৬ আধা, ম, লোক। (২) যি উপকাৰৰ আশা নৰখাকৈ উপকাৰ কৰে, যি উপকাৰৰ আশাত উপকাৰ কৰে; যি নিজৰ পাৰ নোহোৱাতত আনৰ অপকাৰ চিন্তে, যি পৰৰ হিত ৰা জহিত একোতে প্ৰবৃত্ত নয়; যি বিবাদ ভাজি শান্তি স্থাপন কৰে, যি স্বাৰ্থ বাণি আনক উপাৰ কৰে। এনে সকলোকে যিসমান চকুৰে চাব পাৰে তেওঁৱেই সমাধি ৰ বেৰূঢ় হবৰ উপযুক্ত।—কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী। (৩) মাটি বা শিলৰ ওপৰত আসন পতাই বিশিষ্ট বিধি। () নাত বা ফল বোসত পাৰিবলৈ বিটি।