পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰ, আৰু আনৰ প্ৰভাৱত যাৰ পাপপুণ্য নিবৃত্ত হৈছে, সেই যোগী সন্ন্যাসীয়ে মুক্তিপদ লাভ কৰে; জন্ম-মৃত্যুৰ বাৰ আৰু তেওঁৰ নাথাকে। (১) “তত্ত্বজ্ঞ পণ্ডিতৰ চকুৱে ব্ৰহ্মণ, গে, হস্তী, কুকুৰ আৰু চাণ্ডাল সকলো প্ৰকাৰ প্ৰাণীতে একে ভাৱে ব্ৰহ্মদৰ্শন কৰে, তেওঁৰ মানত কুকুৰ বা যেগীৰ আত্মৰ কোনো তাৰতম্য নাই। ব্ৰহ্মনিৰ্দোষ আৰু সমস্বৰূপ সমুদশী পুৰুষে ব্ৰহ্মত স্থিতি কৰে। গতিকে, ইহলোকত তেওঁ সংসাৰ- জয়ী হব পাৰে। ব্ৰহ্মজ্ঞ পুৰুষ সৰ্বত্ৰতে সমদৰ্শী; গতিকে তেওঁৰ মানত প্ৰিয় বা অপ্ৰিয় ভাব নাই, ভাল বা বেয়া বিচাৰ নাই, সৰু বৰৰ জ্ঞান নাই, তেওঁৰ মানত সকলো সমান। বাহবিৰহিত আশক্তি হলে অন্তৰত সুখ-শান্তিৰ অনুভৱ হয়। তাৰ পাচত আত্মজ্ঞান লাভ কৰিলে সেই সুখ-শান্তি অক্ষয়-অব্যয় হয়। হে কুন্তীনন্দন! যিবোৰ সুখভোগ ইন্দ্ৰিয়বিষয়ৰপৰা উৎপৰ, সেইবোৰ নিশ্চয় দুখৰ কাৰণ, জ্ঞানীজনে তাত প্ৰীতি লাভ নকৰে।” (২) “দেহ ত্যাগ কৰাৰ আগেয়েই, (৩) মনোবেগ ইন্দ্ৰিয়শক্তি সঞ্চাৰিত নৌহওঁতেই, যি সেই বেগ চম্ভালি ৰাখিব পাৰে, তেওঁৰেই যোগী, তেওঁৱেই সুখী; দুখৰ আশ্ৰয়স্থান ভোগবাসনাৰপৰা যি যিমান আঁতৰত থাকে, তেও তিনেই সুখী। আত্মাতেই যাৰ প্ৰকাশ, তেওঁৱেই ব্ৰহ্মনিষ্ঠ (১) গীতা, আধ্যা, ১৬-১৭ শোক। (২) গীত, এ অধ্যা, ১৮-২ লোক। (৩) পঞ্চম অধ্যাৰ ২৩ গোকৰ আৰু শৰীৰ বিমোশাৎ মানে কোনো কোনো সকাৰে “ৰীৰ ভাগৰ আগেয়ে বুলি ব্যাখ্যা দিছে। কিন্তু কনমিত শীতাসমপনী মতে সেই অহং তাৰ হৈ সন্নাসাত হিত হোৱাৰ পুতে, বৃথত থাকোতেই।