পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ্মযোগ আৰু সন্ন্যাসযোগ। যোগী, তেওঁৱেই ব্ৰহ্মনিৰ্বাণপ্ৰাপ্ত হয়। আক, যি নিস্পাপ সন্ন্যাসী, সংশয়বৰ্জিত একাগ্ৰচিতীয়া, সৰ্বভুতহিতৈষী, তেওঁৱেই প্ৰকৃত আত্ম- জ্ঞানী, তেওঁৱেই ব্ৰহ্মনিৰ্ব্বাণ প্ৰাপ্ত হয়।* (১) “যাৰ হৃদয়ৰপৰা কাম-ক্ৰোধৰ বীজ বিনষ্ট হৈছে, আৰু তাৰ নিমিত্তে যাৰ চিত্ত সংযত হৈছে, যাৰ প্ৰাণত আত্মা আৰু পৰমাত্মাৰ একত্ব জ্ঞান জন্মিছে, তেওঁৰ জীৱনে-মৰণে সকলো অবস্থাতেই নিৰ্বাণপদ লাভ হয়। মনৰপৰা সকলো বাহ বিষয় বাজ কৰি, দুই চকুক যুগলৰ মাজত স্থিতি কৰাই (২) প্ৰাণ আৰু অপান (৩) বায়ুক নাকৰ বিন্ধাৰ মাজত ৰুদ্ধ ৰাখি, যি ইন্দ্ৰিয় আৰু মন জয় কৰিছে, আৰু ইচ্ছা, ভয়, ক্ৰোধ ইত্যাদিক বশ কৰি যি বিষয়বিৰাগী হব পাৰিছে, সেই যোগ পুৰুষ সততে নিৰ্বাণপ্ৰাপ্ত হয়।” (3) “ভগৱন্তক যজ্ঞ আৰু তপস্যাদিৰ ভোক্তা, সৰ্বলোকৰ মহেশ্বৰ আৰু সৰ্ব্বভূতৰ এক মাথোন সুহৃৎ (৫) বুলি তত্বজ্ঞ হৈ সাধকসকলে পৰমপদ (১) গীতা, ম আধা, ২৩-২৫ শ্লোক। (২) চকুৰ দৃষ্টি জযুগলৰ সন্ধিস্থলত স্থিৰ ৰাখিব পাৰিলে চিত্তৰ একাগ্ৰতা বুজি লাভ হয়। (৩) নিখাস আৰু এম্বাস। (৩) গীতা,॥ আধা, ২৬-২৮ লোক। (৩) ভগৱানক ভূলভাৱে দৰ্শন কেিল জীৱে মুক্তি লাভ কৰিবগৈ নোৱাৰে, তেওঁক সূতাৰে জা নৰ আৰু সাক্ষাৎ ঘৰূপে গবাদি দেখিব লাগে; সেই অৰ্থে বণী আত্মজ্ঞনী ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ পৰমৰু শিষ্য অৰ্জুনৰ আগত নিজক সাক্ষাৎ ভগবান স্বৰূপে দেখা দি, “মা তোৰ বতপসা সৰ্বনোমহেশ্বৰৰ সৰ্বভূতানাং সুং" বুলি আত্মজ্ঞান একাণ কৰিছে।