পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

608 বিনষ্ট হয়। যজ্ঞৰ আহুতি ঘৃত, হত, যজ্ঞফল এই সকলোতে যাৰ বুদ্ধি, তেওঁ ব্ৰহ্মকেই লাভ কৰে। কোন কোনো যোগীয়ে দৈব বজ্ঞৰ (১) অনুষ্ঠান কৰে, আৰু কোনো কোনোৱে জ্ঞান-যজ্ঞত (২) জীবাত্মাক আহুতি দিয়ে। অন্যান্য লোকে শ্ৰোতাদি ইন্দ্ৰিয়গণক সংযমৰূপ অগ্নিত আহুতি দিয়ে; অপৰাপনে ইন্দ্ৰিয়প অগ্নিত শব্দাদি বিষয় সমূহক আহুতি দিয়ে। আক, কোন কোনো যোগীয়ে সমস্ত ইন্দ্ৰিয়গণৰ কৰ্ম আৰু প্ৰাণাদিৰ কৰ্মৰাশি জ্ঞানেৰে জ্বলোৱা আত্মসংযমৰূপ অগিত হোম কৰে। কোনোৱে, প্ৰব্যযজ্ঞ (৩), কোনোৱে তপোযজ্ঞ (৪), কোনোৱে যোগযজ্ঞৰ (৫) কৰ্ম্ম অনুষ্ঠান কৰে। কোনো কোনো যত্নশীল লোক আকৌ বেদাভ্যাসৰত আৰু জ্ঞানযজ্ঞ পৰায়ণ। এইদৰে ভিন ভিন যোগীয়ে ভিন ভিন যজ্ঞৰ অনুষ্ঠান কৰে।” (৬) “কোনো কোনো যোগীয়ে অপান বায়ুত প্ৰণক আৰু প্ৰাণবায়ুত অপান বায়ুক আহুতি প্ৰদান কৰে; অৰ্থাৎ বাহবায়ু বা প্ৰশ্বাসক দেহৰ ভিতৰলৈ টানি লৈ প্ৰাণবায়ু বা নিশ্বাসৰ আহুতি দিয়ে। আত কোনো কোনো সংষতশীল যোগীয়ে প্ৰাণ আৰু অপনি দুয়োকে (১) যিবোৰ যত ইন্দ্ৰ, অগ্নি, বায়ু, বল আদি দেৱতাৰ তৃপ্তি সাধন কৰা হয়, তাৰ নাম দৈবষয়। (২) যি যজ্ঞত জীৱাত্মক আহুতি প্ৰদান কৰা হয়, তাৰ নাম জ্ঞানযজ্ঞ। (৩) নদ, পুখুৰী অ দি নোৱা, দেৱমলিৰ আদি নিৰ্মাণ কৰা, দুখী-দৰিদ্ৰ -যন্ত্ৰদান ইত্যাদি নাম ব্যযজ্ঞ। ০) ক্ষুধা, তৃষ্ণা, শীত, উৰু সহিষ্ণুতাৰ নাম তপোষ। ৩) চিত্তবৃত্তি নিৰোধৰূপ অষ্টাঙ্গ যোগ সাধনৰ নাম যোগ। (৩) গী, আধ্যা, ২- লোক।