সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০। আধ্যা। কৰ্ত্তব্যাকৰ্ত্তব্য জ্ঞান। ভগবান শ্ৰীকৃষ্ণই সখি-শিষ্য অৰ্জনক কৰ্তব্যাকৰ্ত্তব্য-জ্ঞান দিয়াৰ উদ্দেশ্যে পুনৰপি এই বুলি উপদেশ দিলে,-“হে অৰ্জুন! কৰ্তব্য কী কি, আৰু অকৰ্তব্য কৰ্ম্ম কি, এই বিষয় নিৰূপণ কৰিবলৈ গৈ বুদ্ধিমান পুৰুষো মোহপ্ৰাপ্ত হয়। গতিকে, তোমাক মই কৰ্তব্যাকৰ্তব্যৰ বিশদ ব্যাখ্যা দিওঁ। তাৰ মৰ্ম্ম বুজি সেই মতে চলিলে তুমি সংসাৰমুক্ত হব। বিহিত কৰ্ম্ম, নিষিদ্ধ কৰ্ম্ম, অকৰ্ম্ম এই তিনিওৰিধ কৰ্ম্মৰ তত্ত্ব কাত হোৱা আৱশ্যক। যি কৰ্মৰ মাজতত অকৰ্ম, আৰু অকৰ্মৰ মাজতত কৰ্ম্ম দেখে, মানুহৰ মাজত তেওঁৱেই হে বুদ্ধিমান। যাৰ সমস্ত কৰ্মই কামসংকল্পবৰ্জিত, জ্ঞানীগণে তেওঁকে পণ্ডিত বলে। যি কৰ্ম আৰু ফলৰ আসক্তি এৰাই সততে সদানন্দ আৰু নিলিপ্ত থাকে, তেওঁক তেওঁৰ কৃতকৰ্মে স্পৰ্শ কৰিব নোৱাৰে।” (১) “বি নিষ্কাম সতচিত্ত, সৰ্বপ্ৰকাৰ পৰিহত্যাগী, তেওঁ কেৰল শাৰীৰিক কৰ্ম্মানুষ্ঠানৰ বাৰে পপভাগী নহৰ। বি থালাত সন্তুষ্ট, সহিষ্ণু, মাৎসবজিত, লাভ আৰু অলাভ সমভাবাপন্ন তেওঁ কৰ্ম্মানুষ্ঠান কৰিলেও বানাও নয়। এ ফলতোগৰ বাসনা নাই, যি ৰাগৰতি, আনত বি তিনি তেনে লোকেলৰিৰ অৰেকৰ্ম্মানুষ্ঠান কৰিলে সেই লোকৰ কাষ (») 8E1, TV, o atti