পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬১৮ কৃষ্ণ। ইন্দ্ৰিয়, মন আৰু বুদ্ধি এই তিনি ভেঁটীত খোপনি লৈয়ে কানাই লনক তল পেলাই দেহাভিমানী জীৰক মোহত মগ্ন কৰে। এতেকে, হোভৰতত! তুমি প্ৰথমতে ইন্দ্ৰিয়গণক বশ কৰি, জ্ঞানবিজ্ঞান বিনাশকাৰী আৰু সৰ্ব্বপাপৰ আশ্ৰয় এই কামনা বিনষ্ট কৰা।” (১) “দেহতকৈ ইন্দ্ৰিয় শ্ৰেষ্ঠ; ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ; মনতকৈ বুদ্ধি শ্ৰেষ্ঠ; বুদ্ধিৰ উপৰি আটাইতকৈ আত্মা শ্ৰেষ্ঠ। এতেকে, হে বাহ! তুমি আত্মাক এইপে জানি লৈ, তেওঁৰ অধীনৰ বুদ্ধিৰে সৈতে মন স্থিৰ কৰি, এই কামৰূপ দুৰ্জয় শক্তক নাশ কৰি আত্মজ্ঞান লাভৰ উদ্দেশ্য সম্পূৰ্ণ কৰা। (২) (১) গীত, ৩য় অধ্যা, ৪০-৪১ শ্লোক। (২) “ইক্ৰিয়াণিপৰাশ্যাহুৰিক্ৰিয়েভ্যঃ পৰং মনঃ। মসন্তু পৰা বুজিবুজে পৰতন্তু সঃ [২। এবং বুকে পৰং বু সংন্তানখানা। জঞ্জিং মহাৰাহে কমপ দুধাসদ।”