পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সখি তিক্ত ব্ৰহ্মজ্ঞানী যোগী পুৰুষৰ লক্ষণ কি?-তেওঁ কেনেকৈ কথা কয়? তেওঁ কিপে অৱস্থান কৰে। আৰু তেওঁ কি ভাৱে চলন-ফুৰণ কৰে?” (১) অৰ্জুনৰ প্ৰশ্নত উলাহিত হৈ, শ্ৰীকৃষ্ণদেৱে পুনৰপি এই বুলি ব্যক্ত বিয়ক বিশদ ব্যাখ্যা আৰম্ভ কৰিলে,-“হে অৰ্জুন! হে পাৰ্থ! আপোনাতে আপুনি তুষ্ট হৈ সমাধিস্থ পুৰুষে যেতিয়া নিজৰ চিত্তস্থিত কামনাবোৰ পৰিত্যাগ কৰে, তেত্মািই তেওঁক স্থিতপ্ৰজ্ঞ বা যোগী পুৰুষ বোলা হয়। অৰ্থাৎ, যোগীপুৰুষে মানবাত্মক পৰমাআত বিলীন কৰি পৰমানন্দ চৈতন্যৰূপ লাভ কৰে। তেওঁক মনোবৃত্তিয়ে টলাৰ নোৱাৰে। তেওঁ মনৰ ধৰ্মৰ বাজ (১); আত্মাৰ ধৰ্মৰ (৩) সমতাযুত (৪) গুণৰ হে তেওঁ গৰাকী। যাৰ চিত্ত দুখকষ্টত অবিচলিত বা উদ্বেগশূন্য; বিষয়- সুখলৈকো যাৰ আকাঙ্ক্ষা নাই। খং, ৰাগ, ভয় ইত্যাদিয়েও যাক টলাব নোৱাৰে, সেই সিদ্ধ পুৰুষকে যোগী বা স্থিতপ্ৰজ্ঞ বোলা যায়। কামনা, সংকৰ, আসক্তি, মায়া, মোহ ইত্যাদি মনৰ ধৰ্ম; সমাধিস্থ পুৰুষ মনোধৰ্ম্মৰপৰা সদাৰ ওপৰত। হে অৰ্জুন! তুমি সম্প্ৰতি সমাধিস্থ, তোমাৰ উদ্দেশ্য আত্মজ্ঞান লাভ কৰা সেই লাভে হে তোমাক পৰমানন্দ (১) যি নিজতে ব্ৰহ্ম দেখা পায়, তেওঁৰেই স্থিত। স্থিত পুৰ অৱস্থাভেদে দুই শ্ৰেণীৰ; এটা শ্ৰেণী সমাধিস্থ, আৰু আনটো সমাধিৰপৰা উঠি মুকলি মনেৰে পবমাত্মাত স্থিতি লওঁতা। অৰ্জুনে প্ৰথমে সমাধিস্থ স্থিতপ্ৰজ্ঞ পুৰুষৰ, তাৰ পাচত সমাধিৰপৰা উঠা হৰ্ষবিদাদি সমতাবিষ্ট পুজবৰ লক্ষণৰ বিষয়ে প্ৰশ্ন কৰিছে। (3) কামনা, সংকল্প আদি মনৰ ধৰ্থ। (৩) বুদ্ধি, দুখ, মুখ, ইচ্ছা, বে, এ, ওঁ আৰু অধ। এই আঠোট আৰ। (৩) হবিবাদিৰ প্ৰতি সমযোগ।