পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


পালোহি হিন্দুস্থান
গাওঁ মিলনৰ গান॥
ভাৰতবৰ্ষ আমাৰ দেশ
মিলন তীৰ্থ আমাৰ দেশ
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ জয় নিচান
গাওঁ মিলনৰ গান
প্ৰেমৰ ঐক্যতান॥

   

पहुँचे हिन्दुस्थान,
गाए मिलन के गान॥
भारतवर्ष हमारे देश
मिलन तीर्थ हमारे देश
हम महाजाति मातृभूमि भारती
हमारे जय निशान
गाए मिलन के गान॥।

 

মূলⵓ উমেশ বৈশ্য (সুৱাগী, ১৯৮১ চন, ১ম বছৰ, ২য় সংখ্যা)
অনুবাদ ⵓ মাণিক চন্দ্ৰ দত্ত (নিজৰ ভাগ্য নিজে গঢ়ো, ২০০২ চন)