পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


प्रगति-गान

(असमिया भाषा से)

❏ मूल - उमेश वैश्य
भाषांतरण - श्रीमती काकोली गोगोई

আমি কলিফুল ৰং বিৰঙৰ
ফুলি আছোঁ ৰং মনে॥
* * *
ৰঙীন শিশুজীৱন আমাৰ
আমি নিষ্কলুষ
বিলাওঁ আমি প্ৰেমৰ আলোক
আমাৰ হাঁহিমুখ
আমি মিলিজুলি খেলি ফুৰোঁ
বনে উপবনে॥
* * *
শুনিছোঁ আমি এই পৃথিৱীত
মানৱ সমাজ আছে।
য'ত অন্যায় প্ৰচণ্ড বতাহ
উত্তাল হৈ নাচে।
সেই কলুষ সমাজ বুকুত আমি
পাৰিম নে ৰ'বলৈ?
জাগিছে মনত এই প্ৰশ্ন
বাৰে বাৰে ঘনে ঘনে॥
* * *
নেজানোঁঁ আমি তোমাৰ স্বৰূপ হে সমাজ
যদি বিষাক্ত তোমাৰ স্বৰূপ হে সমাজ,
নাসাজিবা সেই ৰূপেৰে,
এই কামনাৰে॥

रंग-विरंगे कली हम
खिल रहे हैं रंगीन-मन॥
●●●
रंगीन शैशव हमारा
हम निष्कलुष
बिखेरते हम प्रेम-आलोक
मुस्कुराते हमारे चेहरे
हम मिलकर विचरते हैं
वन-उपवन में।
●●●
सुना है इस धरती में
मानव समाज है
जहाँ अन्याय-अनीति
तांडव करते हैं।
इस कलुषित समाज में
क्या हम जी सकेंगे?
मन में कौंधता है यह प्रश्र
बार-बार पल-पल
●●●
हम अज्ञात, समाज से, तुम्हारे स्वरूप से
यदि विषैला स्वरूप तुम्हारा
छोड़ दो यह रूप
यही हमारी कामना॥

মূলঃ উমেশ বৈশ্য (প্ৰগতিৰ গান)
অনুবাদঃ কাকলি গোহাঁই (সমন্বয় পূৰ্বোত্তৰ, ১৩ সংখ্যা, ২০১১ চন)