পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

मिलन गीत

জন সমুদ্ৰ এই দেশৰ (ভাৰতবৰ্ষ)
বিভিন্ন জাতিগণ
আহা আগুৱাই
নাশি ভেদাভেদ
গাওঁ মিলনৰ গান॥
পাহাৰৰে বাসী আমি
স্বাধীন জনজাতি
এই ভাৰত ভূমিত আমি
আদিম অধিবাসী
যুগ যুগ ধৰি সাৱটিছোঁ
এই দেশৰে মাটি
আমাৰ উদাৰ হিয়া প্ৰাণ
গাওঁ মিলনৰ গান॥
সিন্ধু নদীৰ তীৰত আমি
আৰ্য্য হিন্দু হলো আহি
বেদ-বেদাঙ্গ-ধম্মপদৰ
পূণ্য বাণী দিলোঁ আমি
‘বসুধৈৱ কুটুম্বকম’
বিশ্বজিনি দিলোঁ বাণী
‘অহিংসা পৰম ধৰ্ম’
বুদ্ধবাণী দিলোঁ আমি
পশ্চিম দেশৰ বাসী আমি
মুছলিম আৰু মিছনাৰী
বিলাই ইছলাম যীশুৰ বাণী
ভাৰত ভূমি পালোঁ আহি

   

जन सागर इस भारतबर्षका
भिन्न जातिगण
आओ आगे बढ़ाए कदम
गाए मिलन के गान॥
पहाड़घाटी वासी हम
आदिम जनजाति
इस भूमि के गोद में हम
आदिम अधिवासी
युग युगों से चुम आए
इस देश कि मिट्टी
हमारे उदार हृदय प्राण
गाए मिलन के गान॥
हिंधु नद के किनारे हम
आर्य हिन्दु बन गए
वेद वेदांग धम्म पद की
पुण्य वाणी दी हमने
‘बसुधैव कुतुम्वकम’
दिव्यवाणी दीं हमने
‘अहिंसा परम धर्म’
बुद्धवाणी दी हमने
पश्चिम देश के वासी हम
मुसलिम और मिसनारी
फैलाए इसा की वाणी
भारत भूमि आ गए