পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

ৰচনাৱলী আৰু স্মৃতি ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা ময়ো অনুভৱ কৰিছো।

মনিষ হৈ জন্মিলেও
নহয় তুমি সাধাৰণ
আছিল তোমাৰ প্ৰতিভা
শিক্ষা সমাজতে জিলিকা৷●







(লেখক বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)