পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষাবিচাৰ | এই ভূঞাৰ পােৱালী হােৱাৰ এটা গুণ আছে, এটা মহত্ব আছে। | কিন্তু ইয়াতেই পূৰ্বৰ সংসাৰৰ লগত মিল শেষ। পূর্ব- জন্মৰ সংস্কাৰ হৈছে ব্যক্তিগত—মই নিজে যি কৰে। তাৰ ফলাফল পাছৰ জন্মত ভুগিবলৈ পাওঁ। কিন্তু কুলসংক্রমণ পুৰুষ ক্রমিক-মােৰ শক্তি বা দৌর্বল্যৰ কাৰণে মই নিজতকৈ মােৰ পিতৃপুরুষ সকল হে বেছি দায়ী; আৰু ই মানব-জাতি- গতও—গােটাই মানবজাতি ইমান দিনে যি অভিমতা সঞ্চয় কৰিলে, তাৰ ফলত ৰমানত আমি এই প্রকাৰে চলিব পাৰিছে। | পর্বজন্মৰ সংৰেই বােলা বা কুল-সংক্রমণেই বােলা, ইয়াৰ লগত শিক্ষাৰ তিন সাক্ষাৎ সম্বন্ধ নাই। বংশ-পৰম্পৰাই যি দোষ বা গুণৰ অধিকাৰ লৈ শিশু জন্ম গ্রহণ কৰে তাক আমি আচলতে পৰিবৰ্তন কৰিব নােৱাৰে। সেই দেখি তাক এভাৱ আৰু সেই প্ৰভাৱৰ গুণত যেনে ৰিকাশ হােৱাৰ কথা, তাতে আমাৰ তিন হাত নাই। | কিন্তু সেই বুলি মানব সমাজ হিতৈষী সকল নিৰন্তু থাকা নাই। বতর্মান পীৰ কাৰণে বিশেষ একে কবি নােৱাৰিলেও, ভবিষ্যত পীৰীৰ মঙ্গলৰ বাবে অনেক কৰিব পাৰি বুলি তেওঁলােকে ভাৰে। সেই অর্থে পশ্চিমৰ অনেক দেশত যথেষ্ট চেষ্টাও চলিছে। বতমান পৰীক ভালতে শিক্ষা দি আমি