পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিহু মাৰোগৈ ব’লা

বিহু মাৰোগৈ ব’লা ভন্টীহঁত বেগতে ওলা
ফাগুণ আহি বসন্ত পালেহি
ঢোল বাই মনবৰ পালেহি
অ’ ৰহিমলা
বুকুত চাদৰখনিলৈ বেগতে ব’লা।

ৰচনাকাল : ২০০৪

৪৪/শস্য তেজৰ অন্য ঋতু