পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এটা ভাল দিনৰ বাবে

এটা ভাল দিনৰ বাবে কবিতা লিখো আহা
শান দিও শব্দবোৰত যেন চিক্‌চিকীয়া ইস্পাতৰ তৰোৱাল।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৪৫