পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কোনেও নুশুনা গান

কোনেও নুশুনা গান এটা গাম আজি
এই গান মৃত্যুৰ দিনা কন্দা গান— এই গান সবাতোকৈ পিছত গোৱা গান
এই গানৰ শেষ নাই— এই গান শইচৰ অনূদিত জীৱন।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৪৩