পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শূন্য

মোৰ শূন্য তোমাৰ শূন্য দেউতাৰ শূন্য
শূন্য ভড়াল শূন্য চোতাল
কি ভাবোতে কি ঢুকাল
ফুলৰ মাজৰ ফুল শুকাল

ৰচনাকাল : ২০০৪

৩৮/শস্য তেজৰ অন্য ঋতু