পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমিল

এদিন শুনিছিলো পাতিদিলে কৰুণ হাত
নামি আহে দেশ মাটি, স্বকাল স্বদেশী
এতিয়া এটকাত দুটা তিল
ভাবি চোৱা জীৱনৰ ক’ত অমিল।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৩৭