পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অমিল

এদিন শুনিছিলো পাতিদিলে কৰুণ হাত
নামি আহে দেশ মাটি, স্বকাল স্বদেশী
এতিয়া এটকাত দুটা তিল
ভাবি চোৱা জীৱনৰ ক’ত অমিল।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৩৭