পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলম

কলম মোৰ সুহৃদ-বাঞ্চিত সুকৃত
কলমে বঢ়াই মোৰ সুদিন
কলমে-কলমে বাঢ়ি আহে প্ৰাচুৰ্যৰ দেশ
কলমৰ বাবে নালাগে- নালাগে স্বৰ্গদেউৰ আদেশ

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু/৩৯