সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
চতুৰ্থ স্কন্ধ

হাতমেলি খেদিযায়।
মহা ঘোৰ দিব্যঅস্ত্ৰ।
কালীগাৰে ঠেকিলণ্ড।
তাৰঅস্ত্ৰ নাগিলিল
গ্ৰীষম কালে সূৰ্য্যযেনি।
ধক ধক জ্বলে অতি।
পাছে বিষ্ণু চক্ৰ হানি।
আক৷ শতে দেবী খড়গ।
হেন দেখি ক্ৰোধে আই।
দিয়ে৷ কাম ৰূপী বীৰ।
বায়ু সম ধৰে কায়।
খেদি ৰথখান পাইল।
সাৰথী গোটক ধৰি।
শঙ্খচুড়ে লাফ দিল।
দেখি কালী ক্ৰোধে আতি।
প্ৰলয়ৰ অগ্নি হেন।
উঠলিল শূলপাট।
আকাশ ভাঙ্গিয়া আসে।
বিষ্ণু ভক্ত যিটো জন।
আকাশক নাহানিল।

   

দেখিশঙ্খ চুড়ৰায়॥
প্ৰহাৰিল ভয়েত্ৰস্ত্য॥
আশমুৰি পৰিলন্ত॥
পাছেকালী খড়্গলৈল॥
আহে আকাশক চমি॥
জগত দহিবে শক্তি॥
শঙ্খচুড় মহামানী॥
কাটি কৈল শতখণ্ড॥
গিলিবাক খেদি যাই॥
সৰ্ব্ব মায়া সৰ্ব্বেশ্বৰ॥
ধৰিবাক নপাৰয়॥
ভুঙ্ক মাৰি চুৰ্ণ কৈল॥
মুচৰিল চূৰ্ণ কৰি॥
পাছ গুছি পলাইল॥
শূল পাট লৈল দাঁতি॥
জগত কৰিবে চন্ন॥
মুখে অগ্নিজাট জাট॥
শঙ্খচূড় দেখে ত্ৰাসে॥
বল তাৰ নোহে ঊন॥
লাফতে ধৰিল শূল॥