পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
শ্ৰীদেবীভাগৱত।

বাম হাতে ধৰিলন্ত।
সেহি বেলা ছেগ চাই।
প্ৰহাৰিল বজ্ৰ মুষ্টি।
নোৰ মুষ্ট্যাঘাত পাই।
ঘুৰি ঘুৰি মুৰ্চ্ছা গৈল।
উফৰি পৰিল গই।
ক্ষনিকে চেতনা পাই।
দেবী হাত মেলি ধাই।
মাতৃ বুলি প্ৰণামিল।
পদ প্ৰান্তে মুণ্ড লুণ্ঠি।
তোমাক যুজিবে আই।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।
এক গ্ৰাস কৰি খাই।
ব্ৰহ্মা বিষ্ণু আদি কৰি।
তুমি আদিমূল শক্তি।
কালত সংহাৰ কৰা।

   

আছাৰিয়া পেলাইলন্ত
চাম্পদি ধৰিলা আই॥
কৰিলন্ত হাড় গুণ্ডি॥
পাক ফুৰি ঘুৰে ৰায়॥
হক হকি বতিয়াইল॥
মৃতক পৰায় হুই॥
উঠিলন্ত পুনৰায়॥
তাক ৰাহু যুদ্ধ চাই॥
বাহু যুদ্ধ নকৰিল॥
দণ্ডবতে কৈল স্তুতি॥
মোৰ কিচু শক্তি নাই
ইটো জগত চৰাচৰ॥
তবু ক্ষুধা নপলাই॥
সমস্তৰে গৰ্ভধাৰী॥
সমৰে কৰিছা সৃষ্টি॥
তুমি মাতা পৰাৎ পৰা॥

শংঙ্খচুড় স্তুতি শুনি জগত জননী।
নকৰিল বাহু যুদ্ধ এড়িল তখনি॥
শঙ্খচুড় পুনৰপি ধনুৰ্ব্বান লৈল।
দেখি কালী পুনু দিব্য অস্ত্ৰ প্ৰহাৰিল॥