সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বেশ্যা গামী হবে সৰ্ব্ব পঞ্চ যজ্ঞ হীন।
যজ্ঞ ত্ৰ সন্ধ্য হীন অঁ(অপঠনীয়)শীত ভোজন॥
পুংশ্চলী (অপঠনীয়) আৰু ৰজস্বল।
ব্ৰাহ্মণ ৰন্ধন গা(অপঠনীয়) পাচিক॥
সিকালত অন্ন যোনি নিয়ম নাৰবে।
সকলো আশ্ৰা(অপঠনীয়) ম্লেচ্ছ একে চৰু হুইবে॥
কলিযুগে (অপঠনীয়)বে ম্লেচ্ছ (অপঠনীয়)মান হুই
ধৰ্ম্ম কৰ্ম্ম লাগিকাৰো ভৰম ৰৈব॥
হস্তমাত্ৰ হবে বৃক্ষ অঙ্গুষ্ঠ মানুষ।
বিষ্ণু যশ(অপঠনীয়)বৰে হৰি হই আশে॥
নাৰায়ণ অংশে কক্লি ৰূপে অবতৰি।
দীঘল (অপঠনীয়)টকে দীৰ্ঘ তৰোৱাল ধৰি॥
তিনিৰাত্ৰে ম্লেচ্ছ শূন্য কৰিবে ধৰণী।
ম্লেচ্ছ বধি অন্তৰ্দ্ধান কৰিবে তখনি॥
অৰাজক হুইবে দস্যু কৰিবে পীড়ণ
পাচে ছয় ৰাত্ৰি যেবে কৰিবে বৰ্ষণ
ধাৰাসাৰে বৃষ্টি কৰি পৃথিৱী
ঘৰবাড়ী বৃক্ষ নৰপশু নাথাকিবে॥
দ্বাদশ আদিত্য তেবে হুইবে উদয়।
শুকাবে ধৰণী হবে সত্যৰ উদয়॥